বৰডুমচা পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থা

  • Home
  • India
  • অসম
  • বৰডুমচা পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থা

বৰডুমচা পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থা 6900795822

24/04/2026
21/01/2026

বৰডুমচা পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা এটি বিশেষ জাননী আমাৰ অঞ্চলত বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ যে অধিক মাত্ৰাত ৰাগীয়াল সুৰা ,ড্ৰাগছ, কানি অবাধ ভাৱে প্ৰচলন হৈ আছে ।

গতিকে যি সকলে এই কানি, মদ ভাং ,ড্ৰাগছ বিক্ৰী কৰি যুৱ চামৰ লগতে সমাজখনকে কোঙা কৰাৰ চেষ্টা কৰিছে তেওঁলোকক এই সকলোবোৰ পৰা আঁতৰি আহিবলৈ ২দিন সময় প্ৰদান কৰা হল ।

# পৰৱৰ্তী সময়ত আমি জগৰীয়া নহয় ।

বৰডুমচা পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থা তৰফৰ পৰা দুয়োগৰাকীলৈ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। তোমালোকলৈ  আমাৰ লগতে অঞ্চল...
20/08/2025

বৰডুমচা পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থা তৰফৰ পৰা দুয়োগৰাকীলৈ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। তোমালোকলৈ আমাৰ লগতে অঞ্চলবাসীয়ে গৌৰৱ কৰিছোঁ আগবাঢ়ি যোৱা তোমালোক ।

তিনিচুকীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভাত তিনিচুকীয়া জিলা ছাত্ৰ...
10/04/2025

তিনিচুকীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভাত তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সভাপতি শ্ৰী প্ৰতিম নেওগ সাধাৰণ সম্পাদক শ্ৰী কনচেং গগৈ ডাঙৰীয়াৰ লগতে বৰডুমচা পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা প্ৰতিনিধিত্ব কৰি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি পদ লাভ কৰা শ্ৰী ডিফু মৰাণ সাংগঠনিক সম্পাদক শ্ৰী বিপ্লৱ মৰাণ ডাঙৰীয়াৰ লগতে নতুন সমিতি খনিলৈ বৰডুমচা পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰবিত্ৰ মঞ্চৰ পৰা শুভেচ্ছা জনালোঁ ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা সমূহ পৰীক্ষাৰ্থীলৈ শুভেচ্ছা জনালোঁ ।বৰডুমচা পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থা
13/02/2025

হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা সমূহ পৰীক্ষাৰ্থীলৈ শুভেচ্ছা জনালোঁ ।
বৰডুমচা পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থা

বৰডুমচা পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে স্থানীয় বিভিন্ন দল সংগঠনৰ লগত পেঙেৰীত ভোগালী বিহুৰ উৰুকা দিনটোতে অসমবাসীক বিদায়...
14/01/2025

বৰডুমচা পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে স্থানীয় বিভিন্ন দল সংগঠনৰ লগত পেঙেৰীত ভোগালী বিহুৰ উৰুকা দিনটোতে অসমবাসীক বিদায় জনাই স্বৰ্গগামী হোৱা ৰাজীৱ শদিয়া ডাঙৰীয়াৰ পবিত্ৰ আত্মাৰ চিৰশান্তিৰ বাবে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনাওঁ ।

সদৌ অসম ছাত্ৰ সন্থাৰ আহ‌্বানত পৰিৱেশ আৰু জলবায়ু সজাগতা সপ্তাহৰ আজি তৃতীয়তি দিন হিচাপে আজি পেঙেৰীত বৰডুমচা পেঙেৰী আঞ্চলিক...
30/11/2024

সদৌ অসম ছাত্ৰ সন্থাৰ আহ‌্বানত পৰিৱেশ আৰু জলবায়ু সজাগতা সপ্তাহৰ আজি তৃতীয়তি দিন হিচাপে আজি পেঙেৰীত বৰডুমচা পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাই পেঙেৰী হাই স্কুলত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।

সদৌ অসম ছাত্ৰ সন্থাৰ আহ‌্বানত পৰিৱেশ আৰু জলবায়ু সজাগতা সপ্তাহৰ প্ৰথমটো কাৰ্য্যসূচী হিচাপে আজি পেঙেৰীত বৰডুমচা পেঙেৰী আঞ্...
28/11/2024

সদৌ অসম ছাত্ৰ সন্থাৰ আহ‌্বানত পৰিৱেশ আৰু জলবায়ু সজাগতা সপ্তাহৰ প্ৰথমটো কাৰ্য্যসূচী হিচাপে আজি পেঙেৰীত বৰডুমচা পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাই পৰিষ্কাৰকৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ   ভাৰপ্ৰাপ্ত সভাপতি দায়িত্ব লাভ কৰা শ্ৰীযুত দীপাংকৰ বুঢ়াগোহাঁই ডাঙৰীয়ালৈ  বৰডুমচা পেঙেৰ...
15/11/2024

সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ
ভাৰপ্ৰাপ্ত সভাপতি দায়িত্ব লাভ কৰা শ্ৰীযুত দীপাংকৰ বুঢ়াগোহাঁই ডাঙৰীয়ালৈ বৰডুমচা পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা সংগ্ৰামী শুভেচ্ছা জনালোঁ ।

21/09/2024

উন্নয়নৰ বাস্তৱ ৰূপ মাৰ্ঘেৰিটা সমষ্টিৰ গাঁওয়ে গাঁওয়ে অভিযান অব্যাহত থাকিব BJP ৰ উন্নতিৰ সকলো ৰূপ ৰাইজৰ মাজলৈ আগবঢ়াই দিম ।
#দাবী জনাইছোঁ এই আই গৰাকীৰ ঘৰটো সম্পূৰ্ণ কৰি দিয়ক ।

বৰ্তমান সময়ত স্মাৰ্ট মিটাৰৰ বিসংগতি আৰু বিদ্যুৎ মাচুল বৃদ্ধিৰ ফলত জনসাধাৰণক দিয়া যি এক মাধমাৰইয়াৰ পূৰ্ণ বিৰুদ্ধাচৰণ কৰি ...
02/09/2024

বৰ্তমান সময়ত স্মাৰ্ট মিটাৰৰ বিসংগতি আৰু বিদ্যুৎ মাচুল বৃদ্ধিৰ ফলত
জনসাধাৰণক দিয়া যি এক মাধমাৰ
ইয়াৰ পূৰ্ণ বিৰুদ্ধাচৰণ কৰি তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে
বৰডুমচা-পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত
সমগ্ৰ বৰডুমচা-পেঙেৰীবাসী ৰাইজক লগত লৈ আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।
স্থানঃ পেঙেৰী চাৰিআলি

Address

অসম
অসম
786174

Telephone

+916900795822

Website

Alerts

Be the first to know and let us send you an email when বৰডুমচা পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category