Rajib Lochan Pegu

Rajib Lochan Pegu Politician
Indian National Congrass

Ex-MLA, Majuli
Ex-Minister Of Assam Govt.

যোৱা কালি বিহালী বিধান সভা সমষ্টিৰ বিহমাৰি পঞ্চায়তৰ অন্তৰ্গত বনগাঁও বিহমাৰি মিচিং গাওঁত আগন্তুক উপ- নিৰ্বাচনৰ বাবে আমাৰ ...
07/11/2024

যোৱা কালি বিহালী বিধান সভা সমষ্টিৰ বিহমাৰি পঞ্চায়তৰ অন্তৰ্গত বনগাঁও বিহমাৰি মিচিং গাওঁত আগন্তুক উপ- নিৰ্বাচনৰ বাবে আমাৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী জয়ন্ত বৰা ডাঙৰীয়াৰহৈ ঘৰে ঘৰে গৈ প্ৰচাৰ চলাওঁ।

Gaurav Gogoi

06/11/2024

আজি বিহালী সমষ্টিৰ বিহমাৰি পঞ্চায়তৰ অন্তৰ্গত বিহমাৰি বনগাঁও মিচিং গাওঁত উপ- নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত আই সকলৰ ধান খাতি থকা দেখি এখন্তেখ থাকি তেওঁলোকৰ লগতে গাঁওখনৰ সমস্যাৰ বুজ লওঁ ।

Gaurav Gogoi

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভানেত্ৰী তথা ইউ পি এৰ অধ্যক্ষা শ্ৰীমতী ছোনীয়া গান্ধী ডাঙৰীয়ানীৰ শুভ জন্মদিনত তেখেতৰ ...
09/12/2023

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভানেত্ৰী তথা ইউ পি এৰ অধ্যক্ষা শ্ৰীমতী ছোনীয়া গান্ধী ডাঙৰীয়ানীৰ শুভ জন্মদিনত তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ ।।

Happy Birthday Sonia Gandhi Ji

09/12/2023

Rahul Gandhi

বিশ্ববৰেন্য শিল্পী ভাৰত ৰত্ন ড৹ ভূপেন হাজৰিকা দেৱক তেখেতৰ মৃত্যু বাৰ্ষিকী তিথিত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ ।।
05/11/2023

বিশ্ববৰেন্য শিল্পী ভাৰত ৰত্ন ড৹ ভূপেন হাজৰিকা দেৱক তেখেতৰ মৃত্যু বাৰ্ষিকী তিথিত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ ।।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াক জন্ম দিনৰ অলেখ শুভকামনা জনালোঁ । লগতে তেখেতৰ সুস্বাস্...
30/10/2023

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াক জন্ম দিনৰ অলেখ শুভকামনা জনালোঁ । লগতে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ ।
Bhupen Borah

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কোষাধ্যক্ষ, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী দেৱৰ মৃত্যুৰ বাতৰিয়ে আমাক সকলোকে মৰ্মাহত কৰ...
30/10/2023

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কোষাধ্যক্ষ, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী দেৱৰ মৃত্যুৰ বাতৰিয়ে আমাক সকলোকে মৰ্মাহত কৰি তুলিছে ।। তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গ আৰু গুণমুগ্ধ সকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ ।।

সমূহ অসম বাসী ৰাইজলৈ সাৰদীয় দূৰ্গা পূজা শুভেচ্ছা তথা শুভ কামনা জনালোঁ ।
21/10/2023

সমূহ অসম বাসী ৰাইজলৈ সাৰদীয় দূৰ্গা পূজা শুভেচ্ছা তথা শুভ কামনা জনালোঁ ।

সমূহ অসম বাসী  ৰাইজলৈ বাপতি সাহোন কাতি বিহুৰ  শুভেচ্ছা জনালোঁ ।
18/10/2023

সমূহ অসম বাসী ৰাইজলৈ বাপতি সাহোন কাতি বিহুৰ শুভেচ্ছা জনালোঁ ।

ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, মিছাইল মেন খ্যাত মহান বিজ্ঞানী, ভাৰতৰত্ন ড° এ.পি.জে আব্দুল কালাম দেৱৰ আজি জন্ম বাৰ্ষিকীত তেখে...
15/10/2023

ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, মিছাইল মেন খ্যাত মহান বিজ্ঞানী, ভাৰতৰত্ন ড° এ.পি.জে আব্দুল কালাম দেৱৰ আজি জন্ম বাৰ্ষিকীত তেখেতক গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ ।

চাঙে চাঙে কংগ্ৰেছ ।।অসম প্ৰদেশ কংগ্ৰেছৰ দ্বাৰা আয়োজিত চাঙে চাঙে শীৰ্ষক মাজুলীত জিলা কংগ্ৰেছৰ সভাপতি কোষেশ্বৰ বৰা ডাঙৰীয়া...
13/10/2023

চাঙে চাঙে কংগ্ৰেছ ।।

অসম প্ৰদেশ কংগ্ৰেছৰ দ্বাৰা আয়োজিত চাঙে চাঙে শীৰ্ষক মাজুলীত জিলা কংগ্ৰেছৰ সভাপতি কোষেশ্বৰ বৰা ডাঙৰীয়াৰ নেতৃত্বত প্ৰথম খন চেলেক খেলপথাৰত আৰু দ্বিতীয় খন কলিতা গাৱঁ আৰু কলিয়া গাৱঁৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰোঁ ।।

উক্ত কাৰ্য্যসূচীত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছৰ সন্মানীয় সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়া, বিৰোধী দলৰ সন্মানীয় দলপতি দেবব্ৰত শইকীয়া ডাঙৰীয়া, অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰানা গোস্বামী ডাঙৰীয়া,অসম ৰাজ্যিক NSUIৰ সন্মানীয় সভাপতি কৃশাণু বৰুৱা ডাঙৰীয়া আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ শীৰ্ষস্থানীয় নেতৃবিন্দ ।।

শেষত ৰাইজ এনে অভূতপূৰ্ব সহাৰি আৰু সহযোগিতাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ।।

Indian National Congress - Assam

13/10/2023

Address

Majuli
Assam
785104

Website

Alerts

Be the first to know and let us send you an email when Rajib Lochan Pegu posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category