02/08/2026
“খোল বিদ্যাপীঠ, লখিমপুৰ”💞
🎵পাঠদানৰ মাজতে কিছু আখৰা
👉২০২৬-২৭ বৰ্ষৰ বাবে নামভৰ্ত্তি প্ৰক্ৰিয়া চলি আছে।
👉বিষয়- খোল বাদ্য আৰু সত্ৰীয়া নৃত্য
👉সবিশেষ জানিবলৈ যোগাযোগ কৰক👇
📞+91 93654-57551
📞+91 99544-76361