Live Assam Update

Live Assam Update ����

14/09/2026

👉 #গণেশ পূজা উপলক্ষে চেঙাত গন্ধৰ্ব সাংস্কৃতিক গোষ্ঠীৰ ভক্তিগীতৰ সুৰত পূজা মণ্ডপত সৃষ্টি হয় এক আধ্যাত্মিক পৰিৱেশ। অনুষ্ঠানত উপস্থিত ভক্ত আৰু ৰাইজে শিল্পীসকলৰ মনোমোহা পৰিবেশন উপভোগ কৰে।

👉 #গন্ধৰ্ব সাংস্কৃতিক গোষ্ঠীৰ যোগাযোগ নম্বৰ 7002515251
9678647758

14/09/2026

👉 #চেঙা–বহৰি ৰোডত হৰিদেৱ ছাৰ্ভিচ চেণ্টাৰ ।

👉 #বাইক ৰিপিয়াৰিংৰ লগতে পাৰ্টছ, হেলমেট আৰু নিৰ্মাণ সামগ্ৰীও উপলব্ধ ।

👉 #বহৰি ৰোডত বাইক আৰোহীসকলৰ সুবিধাৰ্থে বিভিন্ন ধৰণৰ সেৱা আগবঢ়াই আহিছে হৰিদেৱ ছাৰ্ভিচ চেণ্টাৰে।

👉 #বাইকৰ দৈনন্দিন ৰক্ষণাবেক্ষণৰ পৰা আৰম্ভ কৰি বিভিন্ন যান্ত্ৰিক সমস্যাৰ মেৰামতি আৰু ছাৰ্ভিচিংলৈকে একে স্থানতে সেৱা লাভ কৰাৰ সুবিধা আছে এই প্ৰতিষ্ঠানত।

🚫আৰক্ষীৰ গাড়ীৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা কৰোতেই মৃ*ত্যু* পত্নী*হ/ন্তা ৰামানুজ গোস্বামীৰ।  🚫আৰক্ষীক ঠেলি চলন্ত গাড়ীৰ পৰ...
14/09/2026

🚫আৰক্ষীৰ গাড়ীৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা কৰোতেই মৃ*ত্যু* পত্নী*হ/ন্তা ৰামানুজ গোস্বামীৰ।

🚫আৰক্ষীক ঠেলি চলন্ত গাড়ীৰ পৰা জঁপিয়াইছিল ৰামানুজ গোস্বামীয়ে। GMCHলৈ স্বাস্থ্য পৰীক্ষাৰ বাবে অনাৰ সময়তে সংঘটিত এই ঘটনা।

🚫নৰকাসুৰ পাহাৰৰ মাজত পলায়নৰ চেষ্টা কৰিছিল ৰামানুজে।

13/09/2026

🚫মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ ছশ বছৰীয়া জয়ন্তী উৎসৱৰ সফল সামৰণি

🚫বৰপেটা জিলাৰ বহৰি আদি সত্ৰ পুৰণি নামঘৰত ধৰ্মীয় আৰু আধ্যাত্মিক পৰিৱেশৰ মাজেৰে মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ ছশ বছৰীয়া জয়ন্তী উৎসৱৰ সফল সামৰণি পৰে।

🚫 মহাপুৰুষগৰাকীৰ ধৰ্মীয় আদৰ্শ, আধ্যাত্মিক চিন্তা আৰু সমাজলৈ আগবঢ়োৱা অৱদানক স্মৰণ কৰি বিভিন্ন কাৰ্যসূচীৰে এই জয়ন্তী উৎসৱ উদযাপন কৰা হয়।

বিদায় সঞ্জয় মেচ, প্ৰাঞ্জল বনিয়া, নয়ন স্বৰ্গীয়াৰি, গোবিন্দ হাজোৱাৰী, পাপু বৰা
13/09/2026

বিদায় সঞ্জয় মেচ, প্ৰাঞ্জল বনিয়া, নয়ন স্বৰ্গীয়াৰি, গোবিন্দ হাজোৱাৰী, পাপু বৰা

Breaking # # #তেজপুৰত ভয়ংকৰ দুৰ্ঘটনা  #প্ৰাণ গল ৫ যুৱকৰ । #নতুন বাহনত উঠি ফুৰিব যাওঁতে প্ৰাণ শেষ ৫ যুৱকৰ । #ঘটনাটি তেজপ...
12/09/2026

Breaking # #

#তেজপুৰত ভয়ংকৰ দুৰ্ঘটনা

#প্ৰাণ গল ৫ যুৱকৰ ।

#নতুন বাহনত উঠি ফুৰিব যাওঁতে প্ৰাণ শেষ ৫ যুৱকৰ ।

#ঘটনাটি তেজপুৰ ঘোঁৰা মাৰীৰ মিট supply ওচৰৰ নাইৰা দিপুৰ সমীপত ।

08/09/2026

👉 সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ শুভক্ষণত
বৰপেটাত ছাত্ৰ ছাত্ৰীৰ মাজত "বিজ্ঞানে আনিব জোঁৱাৰ"
শীৰ্ষক আলোচনাচক্ৰ।

06/09/2026

🚫বৰপেটাৰ বাটগাঁৱত দুই সন্তানৰ মাতৃৰ ৰহস্যজনক মৃত্যু!

🚫পৰকীয়া প্ৰেমৰ অভিযোগৰ মাজতে অঞ্জু দাসৰ মৃত্যুক লৈ চাঞ্চল্য ।

🚫পৰিয়ালৰ অভিযোগ—স্বাভাৱিক মৃত্যু নহয়, হত্যাৰ সন্দেহ!

05/09/2026

🚫বৰপেটাৰ নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা

🚫থিতাতে নিহত বাইক চালক, ই-ৰিক্সা চালক সংকটজনক

🚫 বৰপেটা জিলাৰ নগাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।

🚫নগাঁও–সৰ্থেবাৰী পথত এখন বাইক আৰু এখন মালবাহী ই-ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো।

05/09/2026

বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত বৰপেটা জিলা অধিবিদ্যা পৰিষদৰ সহযোগত ৬৫ সংখ্যক শিক্ষক দিৱস উদযাপন।

শিক্ষক দিৱস উপলক্ষে বৰপেটা জিলাৰ ১৬ গৰাকী কৃতী শিক্ষকক বঁটা প্ৰদান কৰা হয় বৰপেটা বিধানসভা সমষ্টিৰ দীপক কুমাৰ দাসৰ হাতেৰে।

Address

Barpeta

Alerts

Be the first to know and let us send you an email when Live Assam Update posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Live Assam Update:

Shortcuts

Share