PUB CHUBA YOUTH CLUB

PUB CHUBA YOUTH CLUB This is a club page for helping people and others

79তম স্বাধীনতা দিৱস উপলক্ষে পূব-চুৱা যুৱ সংঘৰ উদ্যোগত 2025 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা...
16/08/2025

79তম স্বাধীনতা দিৱস উপলক্ষে পূব-চুৱা যুৱ সংঘৰ উদ্যোগত 2025 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ভাল ফলাফল দেখুৱা সমূহ কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় লগতে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন খেল ধেমালিৰ আয়োজন কৰা হয় । আপোনালোক সদায় আমাৰ কাৰণে দোৱা ও আৰ্শীবাদ কৰিব যাতে ভবিষ্যতেও এনেকুৱা সু কাম কৰিব থাকিব পাৰো । আপোনালোকৰ সহায় সহযোগিতাৰ কাৰণে আমি নথৈ আনন্দিত হৈছো লগতে আপোনালোকক পূব-চুৱা যুৱ সংঘৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো ।

জয় জয়তু
" পূব-চুৱা যুৱ সংঘ"

14/04/2025

পূৱ-চুৱা যুৱ সংঘৰ তৰফৰ পৰা বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিছো ।

11/04/2025

2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ ছাত্ৰীক পূৱ-চুৱা যুৱ সংঘৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিছো ।

৭৮তম স্বাধীনতা দিৱস ও পুৱ -চুৱা যুৱ সংঘৰ ৪ৰ্থ বাৰ্ষিকী প্ৰতিষ্ঠা দিৱস উপলক্ষে  প্ৰতি বছৰৰ দৰে এইবাৰো  আমাৰ যুৱ সংঘৰ তৰফৰ...
16/08/2024

৭৮তম স্বাধীনতা দিৱস ও পুৱ -চুৱা যুৱ সংঘৰ ৪ৰ্থ বাৰ্ষিকী প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰতি বছৰৰ দৰে এইবাৰো আমাৰ যুৱ সংঘৰ তৰফৰ পৰা বিভিন্ন খেল ধেমালি পতা হয় লগতে আমাৰ গাওঁৰ অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়ত্ৰী আৰু হাইস্কুল শিক্ষান্ত পৰিক্ষা তথা উচ্চমাধ্যমিক পৰিক্ষাত প্ৰথম বিভাগলৈ উতীৰ্ন হোৱা সকলো ছাত্ৰ-ছাত্ৰীক পুৱ -চুৱা যুৱ সংঘৰ তৰফৰ পৰা সম্ভৰ্ধনা জনোৱা হয় লগতে প্ৰ-পত্ৰ প্ৰদান কৰা হয় ।

আপোনালোকে আমাৰ যুৱ সংঘৰ প্ৰতিটো সদস্যৰ কাৰণে দোৱা কৰিব যাতে ভবিষ্যতে আৰু ভাল ভাল কাম কৰি আমাৰ পিছ পৰা সমাজটোক আগোৱাই লৈ যাৱ পাৰো ।
ধন্যবাদৰে
জয় জয়তু পুৱ-চুৱা যুৱ সংঘ
😊😊😊😊

Address

PUB CHUBA , Niz Kharupetia
Darrang
784115

Telephone

+916900748214

Website

Alerts

Be the first to know and let us send you an email when PUB CHUBA YOUTH CLUB posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category