10/02/2023
বন্ধু বান্ধুৱী সকল আজি আমি কেইটামান ইছলামিক উক্তি আৰু ষ্টেটাছ দিম, আপুনি যদি সেই 7 8 9ইছলামিক উক্তি সমূহ পঢ়ে তেনেহলে আপোনাৰ মনটো ভাল লাগিব।
সেই বাবে এই ইছলামিক ষ্টেটাছ সমূহ সম্পূর্ণ পঢ়িব।
ইছলামিক উক্তি | Islamic Quotes In Assamese
পৃথিৱীৰ সকলোতকৈ কঠিন কাম হ'ল
নিজক সংহধন কৰা,
আৰু সকলোতকৈ সহজ কাম হ'ল
মানুহৰ সমালোচনা কৰা।
( হজৰত আলী ৰাঃ)