যোৰহাটৰ জীয়ৰী মাজুলীৰ বোৱাৰী মই

  • Home
  • India
  • Gohpur
  • যোৰহাটৰ জীয়ৰী মাজুলীৰ বোৱাৰী মই

যোৰহাটৰ জীয়ৰী মাজুলীৰ বোৱাৰী মই আপোনালোকৰ আশীৰ্বাদ আৰু মৰমৰ বৰ প্ৰয়োজন মোৰ 🥰 সকলোৱে মোৰ পেজখন আগুৱাই নিয়াত সহায় কৰক।।

ইমান কম সময়তে কেনেকৈ ইমান ষ্ট্ৰং হৈ পৰিলোঁ?   কান্দিলেই বিচৰা বোৰ পোৱা নাযায় বাবেই চকুৰপানী সুকোৱাই দিলোঁ।            ...
25/05/2026

ইমান কম সময়তে কেনেকৈ ইমান ষ্ট্ৰং হৈ পৰিলোঁ?
কান্দিলেই বিচৰা বোৰ পোৱা নাযায় বাবেই চকুৰপানী সুকোৱাই দিলোঁ।
আৰু যেতিয়া চকুপানী সুকাই যায় তেতিয়া মানুহ টান হৈ পৰে , এনেকুৱাকৈ টান হৈ পৰে বিশ্বাস কৰক আপোনাক সান্তনা দিবলৈ অহা মানুহক আপুনি ঘূৰাই সান্তনা দি পঠাব পাৰে।

যিখিনি সময়ত বুকুত চকুৰপানীৰ নদী হৈ আছিল সেই সময়ত কতকতীয়া মথাউৰি বাবে বৈ যাব পৰা নাছিল
কিন্তু পানীৰ ইমান বেছি ঢৌ আছিল যে গৰা খহাই দিছিল।
নদী সাগৰলৈকে বৈ, যেতিয়া বৈ যাবলৈ সুবিধা নাপাই তেতিয়া নদীৰ পানী শুকাই যায়।

নদী সাগৰলৈ হে বয়
জীৱন জানানে কাৰোলৈ নৰয়,,

জীৱন জিন্দাবাদ✌️

মোৰ মাক মই ভয়তে ইমান দূৰলৈ আহিবলৈ নিদিওঁ।এইটো বয়সত কিজানিবা কষ্ট অলপ বেছিকৈ পাব মোৰ ওচৰলৈ আহিলে 😟সদায় ফোনত কওঁ হব দে,...
10/03/2026

মোৰ মাক মই ভয়তে ইমান দূৰলৈ আহিবলৈ নিদিওঁ।
এইটো বয়সত কিজানিবা কষ্ট অলপ বেছিকৈ পাব মোৰ ওচৰলৈ আহিলে 😟
সদায় ফোনত কওঁ হব দে, আহিবি দে, চিন্তা কৰি নাথাকিবি মই ভালে আছোঁ 😧
এনেকুৱাওঁ নহয় যে মই মাক সান্তনা দিবলৈ হে কৈ থাকোঁ। মই সঁচাকৈ প্ৰভু ভগৱন্তৰ কৃপাত ভালে আছোঁ, ভালে ৰাখিছে 🙏
মনত ভাবি নাথাকিবি মই ভালে আছোঁ 😧
আমি আহিছোঁ হে, আকৌ যামে নহয় পূজা বিহুৰ বন্ধত বুলি পাতলাই দিওঁ 🫂🫶🙂
কিন্তু মা যে মা হয়, তেওঁ মইনো কত আছোঁ, কেনেকৈ আছোঁ এবাৰ চোৱাৰ আৱেগে সদায় বুকুত খুন্দা মাৰি থাকে 🥺🥺
এই বয়সত অকলেও আহিব নোৱাৰে, আৰু স্বাস্থ্য টোৰ বাবে কোনো সাহস নকৰে।।

এইবাৰ ধৰ্য্য আৰু মমতাক ভগৱানেও সহিব নোৱাৰিলে 🤗🥰




21/02/2026

আমি মানু্হ বোৰে ভাবো উৰিব পৰাকৈ দুখন পাখি থকাহেঁতেন 🤗
আৰু পখীয়ে ভাবে থাকিবলৈ এটা ঘৰ পোৱা হেঁতেন 😒

04/02/2026

Part-1


 #শুভসন্ধ্যা ☺️যুদ্ধত নামিছোঁ আৰু 🥴
03/02/2026

#শুভসন্ধ্যা ☺️

যুদ্ধত নামিছোঁ আৰু 🥴

28/11/2025


আজি চোলা দুটা আনিছিলো, কোনটোয়ে বেছি ভাল লাগিব বুলি পিন্ধি চাওঁতে হে গম পালোঁ.. .আচলতে যিকোনো কাপোৰেই মোক বৰ ধুনীয়াজনী ল...
22/11/2025

আজি চোলা দুটা আনিছিলো,
কোনটোয়ে বেছি ভাল লাগিব বুলি পিন্ধি চাওঁতে হে গম পালোঁ.. .
আচলতে যিকোনো কাপোৰেই মোক বৰ ধুনীয়াজনী লাগে 😍

আপোনালোকেই কওঁক চোন মই ঠিকেই কৈছোঁ নে??😉


সকলোকে গান্ধী জয়ন্তীৰ শুভেচ্ছা জনাইছোঁ🙏১/ যাৰ দুই চকু কুটিল তেওঁ অন্ধ নহয়,যি নিজৰ দোষ ঢাকি আনৰ দোষ খুঁচৰি ফুৰে তেওঁহে প...
02/10/2025

সকলোকে গান্ধী জয়ন্তীৰ শুভেচ্ছা জনাইছোঁ🙏

১/ যাৰ দুই চকু কুটিল তেওঁ অন্ধ নহয়,যি নিজৰ দোষ ঢাকি আনৰ দোষ খুঁচৰি ফুৰে তেওঁহে প্ৰকৃত অন্ধ= মহাত্মা গান্ধী

২/হিংসাই হিংসা আঁতৰাব নোৱাৰে, প্ৰেমৰেহে হিংসা আঁতৰাব পাৰি= মহাত্মা গান্ধী

৩/মানুহ জানো মানুহৰ পৰ? পৃথিৱী খনেই আমাৰ ঘৰ= মহাত্মা গান্ধী

কালিৰ দিনটোত দেউতাক নাছিল , সন্ধালৈ আহিব পাৰিলে আহিব, নহলে বোলে কাইলে হে যাম বুলি মোক ফোন কৰি কলে। মোৰ পিছে চিন্তা লাগিল...
02/10/2025

কালিৰ দিনটোত দেউতাক নাছিল , সন্ধালৈ আহিব পাৰিলে আহিব, নহলে বোলে কাইলে হে যাম বুলি মোক ফোন কৰি কলে। মোৰ পিছে চিন্তা লাগিলেই নহয়, নৱমীৰ দিনটোত বুলোঁ অলপ ওলাই যাম, মাক দৰ্শন কৰি মাৰ্কেটত অলপ ঘুৰিম 🤗 কিন্তু লৰাই জানো মোক শান্তিত পূজা চাব দিব 😒?? ইফালে তানিব _ সিফালে তানিব🤣 তাৰ পিছতে ফোন আহিল, আজি আহি আছোঁ আকৌ ৰাতিপুৱাই যাব লাগিব 😯 এতিয়া আৰু কিহৰ চিন্তা?

ৰজা থাকিলে ৰাজকুমাৰৰ চিন্তা নাই 💪🥳🥰

゚

   #বাসুদেৱথানৰবন্তিগছি 🙏
01/10/2025



#বাসুদেৱথানৰবন্তিগছি 🙏

Address

Gohpur
784168

Website

Alerts

Be the first to know and let us send you an email when যোৰহাটৰ জীয়ৰী মাজুলীৰ বোৱাৰী মই posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share