surajit MORAN

surajit MORAN The Social Service

13/11/2025

খালে অ খালে ম'বাইলে খালে😃😃

Celebrating my 1st year on Facebook. Thank you for your continuing support. I could never have made it without you. 🙏🤗🎉
16/12/2024

Celebrating my 1st year on Facebook. Thank you for your continuing support. I could never have made it without you. 🙏🤗🎉

08/12/2024
👇🙏___ভাল♥️ ___লগা🥰 ____এটি🫠___ অনুভৱ🤔___ভাল লগা❤️ অনুভৱবোৰে 🤔বৰকৈ আমনি কৰে🤔,প্ৰকৃতিৰ🪴🌱🌾 মাজতে নিহিত🧶 হৈ আছে🎄 সমস্ত সপোন🏕...
23/11/2024

👇🙏___ভাল♥️ ___লগা🥰 ____এটি🫠___ অনুভৱ🤔___

ভাল লগা❤️ অনুভৱবোৰে 🤔বৰকৈ আমনি কৰে🤔,
প্ৰকৃতিৰ🪴🌱🌾 মাজতে নিহিত🧶 হৈ আছে🎄 সমস্ত সপোন🏕🤔,
সেউজীয়াতকৈ🌾🌱 সেউজীয়া🌲🌿.....
এটা সপোন🫠 আৰু এবুকু🤗 ভালপোৱা♥️।

অনুভৱৰ ৰং
24/10/2024

অনুভৱৰ ৰং

03/10/2024
(ফাগুন & সেউজীয়া বননি সুবাস) তুমি আহিবা বুলি সাজিবলৈ লৈছো এটা ঘৰসচাঁকৈ আহিবা নে ফাগুন? তুমি আহিলে হ'ব  ফুলৰ দৰে ৰঙীল মন...
09/09/2024

(ফাগুন & সেউজীয়া বননি সুবাস)

তুমি আহিবা বুলি সাজিবলৈ লৈছো এটা ঘৰ
সচাঁকৈ আহিবা নে ফাগুন?
তুমি আহিলে হ'ব ফুলৰ দৰে ৰঙীল মনবোৰ
আৰু সৰাপাতও হ'ব সোঁৱৰণী।
আদৰিব ৰৈ আছোঁ
ফাগুনৰ উষ্ম আদৰণি।

❤️ 💓💗💚💝💖

যেতিয়া তুমি পৃথিৱীৰ সকলো বস্তুয়েই ধুনীয়া দেখিবা, জানিবা তুমি নিশ্চয় প্ৰমত পৰিছা।সম্পৰ্ক আৰু মৰমবোৰ সদায় তোমাৰলৈয়ে তুমি ম...
26/08/2024

যেতিয়া তুমি পৃথিৱীৰ সকলো বস্তুয়েই ধুনীয়া দেখিবা, জানিবা তুমি নিশ্চয় প্ৰমত পৰিছা।

সম্পৰ্ক আৰু মৰমবোৰ সদায় তোমাৰলৈয়ে

তুমি মোৰ হৃদয়ৰ ঠিকনা ❤️ ❤️ ❤️

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when surajit MORAN posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share