Guwahati Now

Website

Guwahati Now Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Guwahati Now, Hatigaon, Gauhati.
(7)

Welcome to Guwahati Now — your trusted source for breaking news, local stories, and important updates from Guwahati, Assam, Northeast India, India, and around the world.

10/10/2026

📌পুৱাৰ পৰা কোনো খবৰ নাই অভিজিৎ দীপকে, আশুতোষ ৰাংকা, সৌৰভ দাসৰ!
📌অধিবক্তা, পৰিয়ালক খৱৰ দিয়া হোৱা নাই তেওঁলোকৰ তথ্য
📌সংবাদ মাধ্যমৰ যোগে জনালে এই কথা প্ৰকাশ CJP ৰ নেতৃত্বৰ |

10/10/2026

উত্তাল প্ৰতিবাদ সাব্যস্ত Cjp ৰ
দীল্লীত CJp ৰ প্রতিবাদত কপিল আকাশ বতাহ

09/10/2026

🚨 কাহিলীপাৰাৰ আশ্ৰমত দুজোপা গছৰ ২৩সংখ্যক বিবাহ বাৰ্ষিকী
👉 মহানগৰীৰ কাহিলীপাৰাস্থিত মহেশ আৰু ত্ৰিধাৰী আশ্ৰমৰ TV টাৱাৰত দুজোপা গছৰ বিবাহ বাৰ্ষিকী উদযাপন
👉 ২৩সংখ্যক বিবাহ বাৰ্ষিকী উপলক্ষে আশ্ৰমৰ চৌহদত উখল-মাখল পৰিৱেশ
👉 বিবাহৰ সকলো কাৰ্যসূচী আগবঢ়াই আহিছে দেৱকান্ত দাসে
👉 গছৰ এই ব্যতিক্ৰমী বিবাহ বাৰ্ষিকীক লৈ চৰ্চা
👉 সংবাদ মাধ্যমৰ সন্মুখত কি ক’লে দেৱকান্ত দাসে?

09/10/2026

দীক্ষু শৰ্মাৰ কণ্ঠত প্ৰেম, অনুভৱ আৰু মায়াৰে ভৰা এটি মিঠা গীত “কি দৰে কওঁ”

এবাৰ শুনি চাওক, হয়তো এই সুৰত আপুনিও বিচাৰি পাব আপোনাৰ কোনো আপোন অনুভৱ। 🎶❤️

06/10/2026

আজি নগাওঁত উপনিৰ্বাচন
ভোট দিবলৈ আহি তানজিল হুছেইনৰ বিশেষ মন্তব্য

03/10/2026

📌'দেৱাশীষ শৰ্মাই ভয় খাইছে'
📌'সেয়ে বদৰুদ্দিন আজমল ডাঙৰীয়াক জেলৰ ভয় দেখুৱাইছে'
📌আজমলৰ বিৰুদ্ধে দেৱাশীষ শৰ্মাই দাখিল কৰা এজাহাৰক লৈ ৰেজাউল কৰিমৰ সৰকাৰৰ বিশেষ মন্তব্য

03/10/2026

📌'দেৱাশীষ শৰ্মাৰ এজাহাৰ মোৰ কাৰণে আশীৰ্বাদ'

📌বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাই আজমলৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আজমলে |

01/10/2026

🚨 বিমানত বোৰ্খা পৰিধান কৰা এগৰাকী মহিলাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল
👉 বিমানৰ ভিতৰত বোৰ্খা পৰিধান কৰি এগৰাকী মহিলাই ফ্লেক খোৱা দেখা গৈছে
👉 মহিলাগৰাকীৰ এই ভিডিঅ’টো সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল
👉 ভিডিঅ’টোক লৈ নেটিজেনৰ মাজত আৰম্ভ হৈছে চৰ্চা

🚨 মহানগৰীত কাঠফুলাৰ দৰে গঢ় লৈছে একাংশ অবৈধ NGOৰ অভিযোগ👉 ঘৰুৱা নাৰ্ছ সেৱাত কৰ্মৰত নাৰ্ছক প্ৰাপ্য নিদিয়াৰ ভাবুকি দিয়াৰ অভি...
01/10/2026

🚨 মহানগৰীত কাঠফুলাৰ দৰে গঢ় লৈছে একাংশ অবৈধ NGOৰ অভিযোগ
👉 ঘৰুৱা নাৰ্ছ সেৱাত কৰ্মৰত নাৰ্ছক প্ৰাপ্য নিদিয়াৰ ভাবুকি দিয়াৰ অভিযোগ
👉 "সপোন" হেল্থ কেয়াৰ এণ্ড চাৰ্ভিছ নামৰ NGOটোৰ বিৰুদ্ধে অভিযোগ
👉 NGOটোৰ কৰ্তৃপক্ষ বিপ্লৱ বৰুৱা আৰু অৰ্পণ বৰুৱাৰ বিৰুদ্ধে উত্থাপন হৈছে অভিযোগ
👉 এগৰাকী যুৱতীও NGOটোৰ কাৰ্যকলাপৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে

🚨 এগৰাকী চিকিৎসকক বদনাম কৰাৰ অভিযোগ, মিছা বাতৰি প্ৰকাশক লৈ চৰ্চা👉 ডা. আজিবুৰ ৰহমানক বদনাম কৰাৰ অভিসন্ধিৰ অভিযোগ👉 কেইবাটা...
01/10/2026

🚨 এগৰাকী চিকিৎসকক বদনাম কৰাৰ অভিযোগ, মিছা বাতৰি প্ৰকাশক লৈ চৰ্চা
👉 ডা. আজিবুৰ ৰহমানক বদনাম কৰাৰ অভিসন্ধিৰ অভিযোগ
👉 কেইবাটাও পৰ্টেলে মিছা তথ্য সমৃদ্ধ বাতৰি প্ৰকাশ কৰাৰ অভিযোগ
👉 ইতিমধ্যে ডা. আজিবুৰ ৰহমানে আইনৰ আশ্ৰয় লোৱা বুলি জানিব পৰা গৈছে
👉 হাচিনা বেগমৰ বিৰুদ্ধেও চিকিৎসকৰ মৰ্যাদা লাঘৱ কৰাৰ চেষ্টা কৰাৰ অভিযোগ
👉 সমগ্ৰ বিষয়টোক লৈ আইনী প্ৰক্ৰিয়া অব্যাহত

Address

Hatigaon
Gauhati
781038

Alerts

Be the first to know and let us send you an email when Guwahati Now posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share