সাঁচিপাত বিহু দল, ছিপাঝাৰ

  • Home
  • India
  • Mangaldai
  • সাঁচিপাত বিহু দল, ছিপাঝাৰ

সাঁচিপাত বিহু দল, ছিপাঝাৰ বিহুৰে বিৰিনা পাতে সমনিয়া
বিহুৰে বিৰিনা পাত
বিহু থাকে মানে বিহুকে বিনাবা
বিহু গলে বিনাবা কাক।।।

ইতিমধ‍্যে সকলোৱে গম পাইছেই ভাস্কৰজ্যোতি বিহু দলটি দূৰ্ঘটনাত পতিত হৈ বিশেষ ভাৱে বিহুৱা -বিহুৱা কেইগৰাকী মান আহত হোৱাৰ লগত...
25/04/2026

ইতিমধ‍্যে সকলোৱে গম পাইছেই ভাস্কৰজ্যোতি বিহু দলটি দূৰ্ঘটনাত পতিত হৈ বিশেষ ভাৱে বিহুৱা -বিহুৱা কেইগৰাকী মান আহত হোৱাৰ লগতে এগৰাকী বিহুৱতী থিতাতে মৃত‍্যুক সাৱতি লব লগা হৈছে। নিশামনি হালৈ ২০২৩ বৰ্ষত সাঁচিপাত বিহু দলৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত আছিল আমি সাঁচিপাত বিহু দলৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ আৰু শেষত আহত হোৱা সকল সোনকালে সুস্থ হৈ উঠক লগতে নিশামনিৰ আত্মাৰ সদগতি কামনা কৰিলো যতেই আছা ভালদৰে থাকিবা ভনী🙏🙏

21/01/2026

দৰং জিলাৰ গৌৰৱ ধলপুৰ।।। সাঁচিপাত বিহু দলৰ নতুন প্ৰচেষ্টা ২০২৫

সকলোৱে চাব ।।। জয় সাঁচিপাত।।।
13/01/2026

সকলোৱে চাব ।।। জয় সাঁচিপাত।।।

Monor Xasipat Voll-2 | সাঁচিপাত ২০২৬ | New Bihu Song 2026 | Sipajhar Xasipat Bihu Dolকথা/সুৰ = পূৰ্ব গগৈ, মানস জ্যোতি শইকীয়াকণ্ঠ = বিক্ৰম ডেকা,তুষাৰ লোচন ন...

ছিপাঝাৰৰ 'সাঁচিপাত' বিহু দলৰ এটি সুন্দৰ বিহু গীত  আহি আছে --"সাঁচিপাত Vol-2" বিহুগীত ২০২৬ ||মানস জ্যোতি শইকীয়া আৰু পূৰ্ব...
12/01/2026

ছিপাঝাৰৰ 'সাঁচিপাত' বিহু দলৰ এটি সুন্দৰ বিহু গীত আহি আছে --"সাঁচিপাত Vol-2" বিহুগীত ২০২৬ ||
মানস জ্যোতি শইকীয়া আৰু পূৰ্ব গগৈৰ কথা আৰু সুৰেৰে.....
Comming soon.... ⏳

14/12/2025

অংকুৰ দাসৰ কণ্ঠত "সোণৰ সজাত ৰাখিলো"
Contact number - 7002635219, +919101520785,+917002677634

কইনা আমাৰ ধুনীয়া ♥️♥️
07/12/2025

কইনা আমাৰ ধুনীয়া ♥️♥️

শুই থকা মানুহ জনে যেন বহুত কথা কব খুজি আছে ।।।🥺🥺 জয় জুবিন দা ।।
20/10/2025

শুই থকা মানুহ জনে যেন বহুত কথা কব খুজি আছে ।।।🥺🥺 জয় জুবিন দা ।।

10/10/2025

Address

Mangaldai
784145

Website

Alerts

Be the first to know and let us send you an email when সাঁচিপাত বিহু দল, ছিপাঝাৰ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category