Rubul Boruah

Rubul Boruah Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Rubul Boruah, Moran, Moran.

10/06/2025
19/11/2024
02/10/2024

শুভ মহালয়াৰ সকলোলৈ
আন্তৰিক শুভেচ্ছা ও শুভকামনা জনালোঁ।

মা দূৰ্গাৰ আৰ্শীবাদে সকলোৰে জীৱনলৈ সুখ শান্তি আৰু সমৃদ্ধি আনক তাৰে কামনা কৰিলোঁ ।

10/09/2024
23/08/2024

দেশৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী মুখ্যমন্ত্ৰী হিচাপে স্বীকৃতি লাভ কৰিলে অসমৰ কৰ্মদক্ষ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। দেশৰ অন্যতম জনপ্ৰিয়, আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান India Today-য়ে সমগ্ৰ দেশতে কৰা এক সমীক্ষা মৰ্মে প্ৰকাশ কৰিছে এই তথ্য। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই চেগতে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু অসমৰ ৰাইজৰ বাবে অক্লান্তভাৱে সেৱা আগবঢ়োৱাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

Himanta Biswa Sarma

20/08/2024

সমাগত ৰাজ্যসভা নিৰ্বাচনত অসমক প্ৰতিনিধিত্ব কৰিবলৈ আগবঢ়া মাননীয় শ্ৰীমিছন ৰঞ্জন দাস আৰু মাননীয় শ্ৰীৰামেশ্বৰ তেলী ডাঙৰীয়াৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰাৰ সৌভাগ্য হৈছে। আমাৰ দল আৰু সংগঠনক শক্তিশালী কৰাৰ দিশত অটল প্ৰতিশ্ৰুতিৰ বাবে দুয়োগৰাকীক প্ৰাৰ্থীত্ব প্ৰদানৰ সিদ্ধান্তক শলাগ লৈছো।
Himanta Biswa Sarma

Address

Moran
Moran
785670

Telephone

+918134927228

Website

Alerts

Be the first to know and let us send you an email when Rubul Boruah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Rubul Boruah:

Share