Jâhįđ Official Update

Jâhįđ Official Update বিভিন্ন ধৰণৰ নতুন নতুন আপডেট পাবলৈ আম?

 #কালাম_ছাৰৰ_ইফটাৰ_পাৰ্টী___২০০২ চনৰ নৱেম্বৰ মাহৰ ৰমজানৰ সময়ত পৰম্পৰাগত ভাৱে ৰাষ্ট্ৰপতি ভৱনত ইফটাৰ পাৰ্টীৰ আয়োজন চলিল। স...
24/05/2020

#কালাম_ছাৰৰ_ইফটাৰ_পাৰ্টী___

২০০২ চনৰ নৱেম্বৰ মাহৰ ৰমজানৰ সময়ত পৰম্পৰাগত ভাৱে ৰাষ্ট্ৰপতি ভৱনত ইফটাৰ পাৰ্টীৰ আয়োজন চলিল। সকলোৱে ভাবিলে যে এজন মুছলমান সম্প্ৰদায়ৰ ৰাষ্ট্ৰপতি হিচাপে কালাম ছাৰে বৰ ধুম ধামেৰে ইফটাৰ পাৰ্টী অনুষ্ঠিত কৰিব। পাৰ্টীৰ আয়োজন আৰম্ভ হোৱাৰ সময়তে কালাম ছাৰে তেওঁৰ ব্যক্তিগত সচিবক মাতি আনি সুধিলে, “মোক এটা কথা কওকচোন? আমি ইফটাৰ পাৰ্টী কিয় অনুষ্ঠিত কৰোঁ? ইফটাৰ পাৰ্টীলৈ যিসকল নিমন্ত্ৰিত হ’ব তেওঁলোকতো ধনী ধনী মানুহ। আমাৰ এই ইফটাৰ পাৰ্টীত কিমান খৰছ হ’ব”?

ৰাষ্ট্ৰপতি ভৱনৰ আতিথ্য বিভাগে হিচাপ কৰি উলিয়ালে যে ইফটাৰ পাৰ্টীত আঢ়ৈ লাখ টকা খৰছ হ’ব। কালাম ছাৰে ব্যক্তিগত সচিবক মাতি আনি ক’লে, “এই টকাখিনি আমি অনাথালায়ত থকা দুখীয়া শিশু সকলক দিব কিয় নোৱাৰোঁ। আপুনি অনাথালায় নিৰ্বাচন কৰক আৰু টকাখিনিৰ সদ ব্যৱহাৰৰ ব্যৱস্থা কৰক।“

ৰাষ্ট্ৰপতি ভৱনৰ তৰফৰ পৰা সেই টকাখিনিৰে আটা, দাইল, কম্বল, চুৱেটাৰ আদি কিনি ২৮ খন অনাথালায়ত বিতৰণ কৰাৰ ব্যৱস্থা কৰা হ’ল। সকলো আচৰিত হ’ল যে নিজে এগৰাকী মুছলমান হৈয়ো ৰাষ্ট্ৰপতি কালামে পৰম্পৰাগত ভাৱে চলি অহা ইফটাৰৰ পাৰ্টী নিদিলে।

কালাম ছাৰে তেওঁৰ ব্যক্তিগত সচিবক মাতি আনি ক’লে, “ইফটাৰৰ পাৰ্টীৰ টকা চৰকাৰী ধন। এই ধনেৰে দুখীয়া শিশুক আমি সহায় কৰিলোঁ, কিন্তু ইয়াত মোৰ ব্যক্তিগত অৰিহণা কি থাকিল? এই টকাৰ লগত মোৰ ব্যক্তিগত অৰিহণা এক লাখ টকা যোগ কৰক। কেৱল এই কথাৰ যাতে কোনেও ভূ নাপায়”।

[ #দ্য_কালাম_এফেক্ট নামৰ কিতাপ খনৰ পৰা সংগ্ৰহ]

সংগ্ৰহীত

15/05/2020

Singer : ৰ কন্ঠত উপভোগ কৰক ভাল লগা এটি জিকিৰ জাৰী !🙏🙏

Video টো চাই ভাল লাগিলে পেজটো লাইক কৰিব। 🙏🙏

CLOUD PROTESTAAMSU-All Assam Minorities Students' Union, Secretary, Hasina Ahmed  joined Mass Mailing to concerned bodie...
08/05/2020

CLOUD PROTEST

AAMSU-All Assam Minorities Students' Union, Secretary, Hasina Ahmed joined Mass Mailing to concerned bodies.

Lockdown should never be a reason to abstain from protesting. Withdraw false cases and draconian laws slapped against activists by Delhi Police.

07/05/2020

বিভিন্ন ধৰণৰ নতুন নতুন আপডেট পাবলৈ আমাৰ পেজটো লাইক কৰক।

 #ডক্টৰ_জাফৰুল_ইছলাম_খানৰ_বাসভৱনত  #দিল্লী_পুলিচৰ_হঠাৎ_তালাচী_কাৰ্যক_পপুলাৰ  #ফ্ৰণ্টৰ_গৰিহণা!!!৭মে' আজি এক বিবৃতিযোগে পপ...
07/05/2020

#ডক্টৰ_জাফৰুল_ইছলাম_খানৰ_বাসভৱনত #দিল্লী_পুলিচৰ_হঠাৎ_তালাচী_কাৰ্যক_পপুলাৰ #ফ্ৰণ্টৰ_গৰিহণা!!!

৭মে' আজি এক বিবৃতিযোগে পপুলাৰ ফ্ৰণ্টৰ চিয়াৰমেন ও এম এ #ছালামে দিল্লী সংখ্যালঘু কমিচনৰ চিয়াৰমেন ডক্টৰ #জাফৰুল_ইছলাম খানৰ বাসগৃহত দিল্লী পুলিচৰ হঠাৎ চলোৱা তালাচীক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

"দিল্লী পুলিচৰ এই পদক্ষেপে নাগৰিক শালীনতাৰ সকলো সীমা অতিক্রম কৰিছে। যিকোনো ধৰণৰ মতবিৰোধক নিৰ্যাতন আৰু চূৰমাৰ কৰি দিয়াৰ বাবে বিজেপি চৰকাৰৰ দ্বাৰা পুলিচ বাহিনী ব্যৱহাৰ হৈ আছে।

বিধিগত পদবীত থকা এজন সন্মানীয় ব্যক্তিৰ কেৱল এটা উক্তিৰ অজুহাতত তেওঁৰ বাসভৱনত পুলিচে হঠাৎ তালাচী অভিযান চলোৱাটো আচলতে খুবেই লজ্জাজনক বিষয়। এই অভিযান চলোৱাৰ কোনো যুক্তিপূৰ্ণ জবাব নাই। ইয়াৰ পৰা স্পষ্টকৈ বুজিব পাৰি যে কেৱল ড০ #খানক নিৰ্যাতন কৰিবলৈ আৰু কেন্দ্ৰীয় চৰকাৰৰ নীতিক সমালোচনা কৰাসকলক সাৱধানবাণী দিয়াৰ বাবেই এনেকুৱা কাৰ্য্য সম্পাদন কৰিছে।

ও এম এ #ছালামে এই প্ৰভুত্ববাদী তালাচী কাৰ্যৰ তীব্ৰ গৰিহণা দিবৰ বাবে আৰু ডক্টৰ খানৰ হৈতে একাত্মবোধেৰে থিয় হবলৈ সাধাৰণ নাগৰিক সমাজক আহ্বান জনায়৷
(সংবাদদাতা- জাকিৰ হুছেইন)
Copied from Social Tolks

CLOUD PROTESTLockdown should never be a reason to abstain from protesting. Withdraw false cases and draconian laws slapp...
07/05/2020

CLOUD PROTEST

Lockdown should never be a reason to abstain from protesting. Withdraw false cases and draconian laws slapped against activists by Delhi Police.



Sub: Drawing your kind attention towards arbitrary arrests of students and activists from minority community and subsequent slapping of UAPA against them during the ongoing lockdown due to Covid-19 pandemic

Respected Sir /Ma’am,

India is under lockdown for more than a month since the Covid outbreak became a global health emergency and people of India are standing together irrespective of the diffrences among them, to counter the situation. The government, health workers and people of the country are fighting together to contain the virus to reduce the fatality by keeping all major affairs aside. The people implying their commitment towards the safety of the nation, understood the significance of lockdown and stayed in their homes on the appeal of our Prime Minister despite its unexpected announcement which has also put many marginal workers’ life at stake. All academic activities have been suspended, institutions have been closed and students were asked to leave their hostels. The judiciary also limited its activity till the Covid-19 outbreak is under control. It is an unprecedented situation that the country has not faced since independence.

While the entire nation stays at home, the Special Cell of Delhi police unleashed arbitrary actions against the students and other activists which undermine all the efforts taken by the government and health workers to flatten the curve. World Health Organisation has clearly stated to avoid the politicisation of the pandemic. As we know that in our country, the Delhi State is one of the worst-hit places by Covid-19. There are more than 4,000 positive cases with 64 deaths till 4th May.

However, the police is not marching on to this odd situation in a productive manner by joining the fight against the pandemic, instead it is being engaged in a selective, institutionalised and systemic targeting of the students and activists hailing from Muslim minority community, many of them are women including a three-month pregnant student who have protested peacefully against the discriminatory Citizenship Amendment Act (CAA) and NRC, both of which adhere to the purpose of dividing India on religious lines. The latest report on religious freedom by U.S Commission on International Religious Freedom downgraded India to the lowest ranking which includes concerns about CAA is a tip of the issue. The police recently booked sedition charges against Delhi Minorities Commission Chairman, a renowned Muslim scholar and author Dr. Zafarul Islam Khan on a facebook post. We believe that suppressing the voice of dissent and right to protest is undemocratic and totalitarian in nature.

The students and other activists had been protesting since the bill was tabled in the parliament in December. Since then, we have witnessed a series of countrywide peaceful protests against the bill to preserve the constitution and upholding its values, especially in Delhi. Unfortunately, all these collective and united efforts to stand by the constitution began to be targeted and the following incidents ended in a pogrom started by hindutwa right-wing in North East Delhi in February.

The lockdown was on the wake of post-genocide trauma in NE Delhi and many innocents were stranded and were left to suffer due to the huge loss occurred to them during the pogrom. As per the reports, the unfortunate incident was instigated and orchestrated by the local BJP leaders giving hate speech against a particular community and the honourable Delhi High Court expressed strong disapproval against the police callousness to it. Instead of arresting the instigators of Delhi violence, using video evidence of the hate speech and camera footages, police categorically targeted the minority community and acted in a biased manner.

Having mentioned the oppressive and fascistic measures of the State, Campus Front of India requests you to intervene in the issue and facilitate the release of all political prisoners who are unlawfully and undemocratically arrested. We also request to revoke UAPA charges slapped against them.

Sincerely
Thanks

CLOUD PROTESTLockdown should never be a reason to abstain from protesting. Withdraw false cases and draconian laws slapp...
07/05/2020

CLOUD PROTEST

Lockdown should never be a reason to abstain from protesting. Withdraw false cases and draconian laws slapped against activists by Delhi Police.

 *মঙলদৈৰ বিতৰ্কিত প্ৰবক্তা ৰূপাৰাণী ভূঞাক গ্ৰেপ্তাৰ*ছ’চিয়েল মিডিয়াত সাম্প্ৰদায়িক পোষ্ট দিছিল ৰূপাৰাণীয়ে*ছৈয়দ আব্দুল মালি...
06/05/2020


*মঙলদৈৰ বিতৰ্কিত প্ৰবক্তা ৰূপাৰাণী ভূঞাক গ্ৰেপ্তাৰ
*ছ’চিয়েল মিডিয়াত সাম্প্ৰদায়িক পোষ্ট দিছিল ৰূপাৰাণীয়ে
*ছৈয়দ আব্দুল মালিক সন্দৰ্ভত বিকৰ্কিত পোষ্ট দিছিল ৰূপাৰাণীয়ে
*আৰক্ষী থানাতো লম্ফজম্ফ বিতৰ্কিত প্ৰবক্তাগৰাকীৰ
*মহিলা আৰক্ষী বিষয়াক কেমেৰাৰ সন্মুখতে চৰ মৰাৰ ভাবুকি
(copy-dy 365)

 াক্সা  #জিলা_সমিতি  #অভিশপ্ত_১আৰু_২মে #সংখ্যালঘু_ৰাইজে_আজিও_পাহৰিব_পৰা_নাই  #সেই_অভিশপ্ত_দিনটোৰ_কথা!!!২০১৪ চনৰ সেই অভিশ...
02/05/2020

াক্সা
#জিলা_সমিতি

#অভিশপ্ত_১আৰু_২মে

#সংখ্যালঘু_ৰাইজে_আজিও_পাহৰিব_পৰা_নাই #সেই_অভিশপ্ত_দিনটোৰ_কথা!!!

২০১৪ চনৰ সেই অভিশপ্ত ১ - ২ মে তাৰিখে । দিন দুপৰতে চকুৰ আগত বৰষুণজাকৰ দৰে গুলীয়াই হত্যা কৰা হৈছিল আমাৰ বাক্সা জিলাৰ নৰশিংবাৰী আৰু ননকে খাগ্ৰাবাৰীৰ আমাৰ পিতৃ, মাতৃ , পুত্ৰ, কণ্যা, আৰু ভাই ভনীক ।
কিন্তু কত ন্যায় আজিও সেই হত্যাকাৰী মুক্ত আকাশৰ তলত ঘুৰি আছে ।

সেয়ে আমি

বাক্সা জিলা সমিতিৰ তৰফৰ পৰা #অসম চৰকাৰ তথা #কেন্দ্ৰীয় চৰকাৰক দাবী জনাওঁ যে সকলো ভুক্তভোগী পৰীয়ালক ন্যায় প্ৰদান কৰাৰ লগতে এতিয়ালৈকে মুক্ত আকাশৰ তলত ঘুৰি ফুৰা উক্ত ঘটনা সংঘটিত কৰা নৰপিচাশ সকলক আইনৰ আওতাত আনি ৰাজহুৱাভাৱে শাস্তি প্ৰদান কৰক।

ইতি
#জাহিদুল_ইছলাম
Media incharge

( )

♥  ♥   তৰফৰ পৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলো। আমি  Jâhįđ Official Update পেজে এখনি ফটো প্ৰতিযোগিতা আয়োজন কৰিছো।  এই প্ৰত...
30/04/2020

♥ ♥

তৰফৰ পৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলো। আমি Jâhįđ Official Update পেজে এখনি ফটো প্ৰতিযোগিতা আয়োজন কৰিছো।
এই প্ৰতিযোগিতাত ( যুৱক – যুৱতী, সকলোৱেই অংশগ্ৰহণ কৰিব পাৰিব )

প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে আপোনাৰ এখনি উন্নতমানৰ ফটো আমালৈ প্ৰেৰণ কৰক......(EDIT কৰা ফটো হলেও চলিব🤔)

আমাৰ Whatsapp নম্বৰ হৈছে 9957384456 / +91 84720 07999
নতুবা পেজ ত মেচেজ কৰি পঠাব পাৰিব

➡ প্ৰতিযোগিতাৰ নিয়মাৱলী –

♦ফটোসমূহ মাৰ্জিত সাজপাৰ হ'ব লাগিব ।

♦প্ৰতিযোগীসকলে তেওঁলোকৰ ফটো সমূহৰ লগতে তেওঁলোকৰ নাম, ঠিকনা আৰু বয়স পঠিয়াব লাগিব ।

♦আমাৰ পেজটিত ফটো দিয়াৰ পিছত লাইক ,আৰু শ্বেয়াৰ ৰ সহায়ত ভোট গণনা কৰা হ'ব ।
➡লাইকত ১ পইন্ট আৰু শ্বেয়াৰত ৫ পইন্ট থাকিব।
➡এজনে এবাৰহে শ্বেয়াৰ কৰিব পাৰিব।
➡ #পেজ_লাইক_কৰাটো_বাধ্যতামূলক।

♦আপোনালোকৰ ফটোসমূহ আমাৰ পেজৰ পৰা শ্বেয়াৰ হ'ব লাগিব । এজন ব্যক্তিয়ে এখন ফটো কেৱল এবাৰ হে শ্বেয়াৰ কৰিব পাৰিব ।

♦ আপোনালোকৰ ফটো সমূহ jâhįđul Officeal Update পেজত উপলব্ধ হ'ব ।

♦ প্ৰতিযোগিতা আৰম্ভ হোৱাৰ দিন 30 এপ্ৰিল 2020 আৰু অন্তিম দিন হৈছে 16 মে 2020

♦ 17 মে 2020 তাৰিখে আমাৰ এই Jâhįđ Official Update পেজটিতে ফলাফল ঘোষণা কৰা হ'ব ।

♦এই প্ৰতিযোগিতাত দুগৰাকী প্ৰতিযোগীহে নিৰ্বাচন কৰা হ'ব।

♦উপহাৰৰ লগতে বিজয়ী গৰাকীৰ ফটো Social Talks পেজটিৰ cover ফটো হিচাপে ৩দিন ৰখা হ'ব । লগতে এটা আকৰ্ষণীয় উপহাৰ দিয়া হব ।
বি:দ্ৰ: আয়োজকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত বুলি বিবেচিত হ'ব

♦ সমূহ অংশগ্ৰহণকাৰীলৈ jâhįđ Official Update পেজৰ তৰফৰ পৰা শুভেচ্ছা থাকিল ।
💐💐💐💐

এনে মানসিকতাক ধিক্কাৰ দিছো। শান্তি সম্প্ৰীতি বিনষ্ট কৰিব বিচৰা BJP নেতা   ৰ বিৰুদ্ধে অসম চৰকাৰৰ প্ৰশাসনে কঠোৰ ব্যৱস্থা ল...
29/04/2020

এনে মানসিকতাক ধিক্কাৰ দিছো।
শান্তি সম্প্ৰীতি বিনষ্ট কৰিব বিচৰা BJP নেতা ৰ বিৰুদ্ধে অসম চৰকাৰৰ প্ৰশাসনে কঠোৰ ব্যৱস্থা লোৱাটো কামনা কৰিলো। 🙏

I request our police administration to take action against BJP LeAder as soon as possible.
Saying that I even request them to make sure the maintenance of brotherhood of our society.


29/04/2020

র বাক্সা জিলা সমিতিৰ সাধাৰণ সম্পাদক এ কয় যে, অনতি পলমে BJP র নেতা সত্য-ৰঞ্জন বৰাক গ্ৰেপ্তাৰ কৰিব লাগে।🙏🙏

Address

Barpeta Road
Barpeta Road

Alerts

Be the first to know and let us send you an email when Jâhįđ Official Update posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category