Mamir Hussen

Mamir Hussen ✍️ লেখক
⬅️জীৱনত আগুৱাই যাৱলৈ হ'লে প্ৰথমতে আপুনি ভুল কৰিব লাগিব।
যদি ভূল কৰা নাই তেন্তে আপুনি সফল হ'বলৈ কোনো ধৰনৰ চেষ্টা কৰা নাই।

31/07/2026

বিপদৰ সময়ত অসহায় মানুহৰ কাষত থিয় দিয়াটো ইছলামৰ এক মহান শিক্ষা।

ইছলামত ধনী আৰু সক্ষম ব্যক্তিসকলক নিজৰ উপাৰ্জনৰ এটা অংশ দৰিদ্ৰ, অভাৱগ্ৰস্ত আৰু দুৰ্যোগপীড়িত মানুহৰ বাবে ব্যয় কৰিবলৈ উৎসাহিত কৰা হৈছে। যাকাত, সদকা আদি কেৱল দান নহয়—ই সমাজৰ প্ৰতি এক দায়িত্ব।

আল্লাহৰ সন্তুষ্টিৰ বাবে আন্তৰিকতাৰে কৰা দানৰ ফলত ধন-সম্পদ কমি নাযায়; বৰঞ্চ তাত বৰকত আহে আৰু আল্লাহে উত্তম প্ৰতিদান দিয়ে।

সেই বিশ্বাস, দায়িত্ববোধ আৰু মানৱীয় মূল্যবোধৰ বাবেই বহু মুছলমানে বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়াবলৈ কেতিয়াও কুন্ঠাবোধ নকৰে।

আহক, ধৰ্ম-বৰ্ণ নিৰ্বিশেষে বিপদত পৰা প্ৰতিজন মানুহৰ কাষত থিয় দিওঁ। মানৱতাই হওক আমাৰ আটাইতকৈ ডাঙৰ পৰিচয়।

20/06/2026

যোৱা ১৫ তাৰিখে সোমবাৰে ২ নং চাছৰাত সংঘটিত নাবালিকা ছাত্ৰীৰ ধৰ্ষণ আৰু হত্যাৰ ন্যায় বিচাৰি শ শ ছাত্ৰ-ছাত্ৰীয়ে সাব্যস্ত কৰা হয় প্ৰতিবাদ।

স্কুল - কলেজৰ শ শ ছাত্ৰ-ছাত্ৰীয়ে বাঘবৰ ৰাজহ চক্ৰৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত অৱস্হান কৰি বিভিন্ন শ্লোগানেৰে মাৰিফা তামান্নাৰ ন্যায়ৰ বাবে দাবী উত্থাপন কৰোঁ।

বাঘবৰ ৰাজহ চক্ৰ বিষয়া তন্ময় ঘোষৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰাৰ লগতে Juvinale Justice 2015 Act নতুনকৈ সংশোধন কৰি ভুক্তভোগী পৰিয়ালক ন্যায় দিয়াৰ বাবে দাবী জনাইছোঁ।

এনকাউণ্টাৰ বিচাৰো আপোনালোকে বিচাৰে নে।
04/06/2026

এনকাউণ্টাৰ বিচাৰো আপোনালোকে বিচাৰে নে।

পূজাৰীৰ নিকৃষ্ট কাণ্ড।
04/06/2026

পূজাৰীৰ নিকৃষ্ট কাণ্ড।

📌বিজ্ঞান শাখাত ছিলিমা আহমেদৰ সফলতা📌মন্দিয়াৰ অৰবিট ছাইন্স একাডেমীৰ ছাত্ৰী ছিলিমা আহমেদে HS পৰীক্ষাত ৮৩.২ শতাংশ নম্বৰ লাভ...
29/04/2026

📌বিজ্ঞান শাখাত ছিলিমা আহমেদৰ সফলতা
📌মন্দিয়াৰ অৰবিট ছাইন্স একাডেমীৰ ছাত্ৰী ছিলিমা আহমেদে HS পৰীক্ষাত ৮৩.২ শতাংশ নম্বৰ লাভ কৰি প্ৰথম বিভাগত উৰ্ত্তীৰ্ণ হৈছে।

29/04/2026

📌বিজ্ঞান শাখাত ছিলিমা আহমেদৰ সফলতা
📌মন্দিয়াৰ অৰবিট ছাইন্স একাডেমীৰ ছাত্ৰী ছিলিমা আহমেদে HS পৰীক্ষাত ৮৩.২ শতাংশ নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ।

গাঁৱৰ মাকৈ খেতিৰ দৃশ্য।
19/03/2026

গাঁৱৰ মাকৈ খেতিৰ দৃশ্য।

07/03/2026

মিত্ৰতা কিয় লাগে শুনিব আৰু আপোনালোকৰো মতামত দিব…!

23/01/2026

অসমত SRৰ জড়িয়তে ভোট কৰ্তনক লৈ সৰভ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ।

Address

Barpeta

Website

Alerts

Be the first to know and let us send you an email when Mamir Hussen posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Mamir Hussen:

Shortcuts

Share

Category