23/07/2026
🕉️ জৰুৰী জাননী 🕉️
অহা ০১/০৮/২০২৬ ইং (শনিবাৰ) তাৰিখে পুৱা ১০:০০ বজাৰ পৰা দুপৰীয়া ১:০০ বজালৈ বৃহত্তৰ বৰপেটা ৰোড আৰ্য্য সমাজ মন্দিৰ প্ৰাংগণত নামনী অসম আৰ্য্য পুৰোহিতৰ সাধাৰণ সভা অনুষ্ঠিত হ'ব। উক্ত সভাত সকলো আৰ্য্য পুৰোহিতক উপস্থিত থাকিবলৈ আন্তৰিকভাৱে আমন্ত্ৰণ জনোৱা হৈছে।
উক্ত সাধাৰণ সভাৰ সফল আয়োজনৰ উদ্দেশ্যে অহা ২৬/০৭/২০২৬ ইং (ৰবিবাৰ) সন্ধিয়া ৫:০০ বজাত এক প্ৰস্তুতি সভাৰ আয়োজন কৰা হৈছে।
সেয়ে, আৰ্য্য যুৱ মঞ্চৰ সকলো বিষয়ববীয়া, সদস্য আৰু শুভাকাঙ্ক্ষীসকলক সময়মতে উপস্থিত থাকি সভাখন সফল কৰিবলৈ অনুৰোধ জনোৱা হ'ল।
🕉️ আহ্বায়ক:
আৰ্য্য যুৱ মঞ্চ