Garehagi Xeuji Society

Garehagi Xeuji Society আশাৰ ৰেঙনি

Happy holi everyone..
04/03/2026

Happy holi everyone..

গড়েহাগী গাঁৱৰ দুজন যুৱকে নিজৰ কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু আত্মবিশ্বাসৰ জৰিয়তে CRPF আৰু CISFত নিযুক্তি লাভ কৰি গাঁওখনৰ লগত...
17/01/2026

গড়েহাগী গাঁৱৰ দুজন যুৱকে নিজৰ কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু আত্মবিশ্বাসৰ জৰিয়তে CRPF আৰু CISFত নিযুক্তি লাভ কৰি গাঁওখনৰ লগতে সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।
আজি আমি গড়েহাগী সেউজি চ'চাইটিৰ তৰফৰ পৰা তেওঁলোক দুয়োকে আন্তৰিক সম্বৰ্ধনা জনালো। লগতে শুভেচ্ছাৰ প্ৰতীক স্বৰূপে এটাকৈ নাহৰ গছৰ পুলি আগবঢ়াই উজ্জ্বল ভৱিষ্যৎ কামনা কৰিলো ।

Address

Biswanath Chariali Garehagi . Po-panibharal P. S-biswanath
Biswanath Chariali
784176

Alerts

Be the first to know and let us send you an email when Garehagi Xeuji Society posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category