Raki short fun

Raki short fun Raki islam
B. A. passing

25/02/2024

নাড়ি তুমি বড় আজব একটা মানুষ,,ছুট বেলাই পুতুল কে মানুষ বানিয়ে খেলতে আর বড় হয়ে মানুষ কে পুতুল বানিয়ে খেল ।

23/02/2024

আজকে আমি মন দিয়ে ভালোবাসছিলাম তো তাই ছাইড়া গেলি,,, যদি ধুন দিয়ে ভালোবাসতাম তাহলে আমার সাথেই থাকতি ।

22/02/2024

হেডা থাকলে বেডার অভাব হয় না,, এইটাই সত্যি

21/02/2024

কথা বলতে চাও না ঠিক আছে,,,,,,

31/07/2023

মৃদুল এজন মধ্যবিত্ত ঘৰৰ সন্তান । তেও একাদশ শ্ৰেণীত পঢ়ি থকা সময়ত মাজনী নামৰ এজনী ছোৱালীয়ে মৃদুলক প্ৰেমৰ প্ৰস্তাব দিয়ে । কিন্ত মৃদুলে মানা কৰি দিয়াত ছোৱালী জনীয়ে কান্দি কান্দি অজ্ঞান হয় পৰে । তাৰ পিছদিনা মৃদুলে ছোৱালী জনীৰ ঘৰত গৈ প্ৰেমৰ প্ৰস্তাব গ্ৰহণ কৰে । মাজনীৰ মৃদুল প্ৰেমত আৱদ্ধ হয় । লাহে লাহে দুয়োৰে প্ৰেম গভীৰ হয় পৰে । এদিন কথা ন'হলে দুয়ো থাকিব নোৱাৰে । কিন্তু লাহে লাহে দুয়ো এটা পৰ্যায়ত আহি পৰিছে যে family য়ে মানি নলয় । আৰু লগতে HS পৰীক্ষাৰ পিছত মাজনীও মৃদুলক গুৰুত্ব দিয়া কমায় দিয়ে । এনেকোৱা এটা সময় আছিল যেতিয়া মাজনী মৃদুলৰ প্ৰত্যেকটো কথা মানিছিল আৰু আজি সম্পূৰ্ণ বিপৰীত । মৃদুল এই বিষয়টো ভাবি ভাবি ৰাতি পাৰ কৰি দিয়ে তথাপিও মাজনীক বুজিব নিদিয়ে । আগতে মৃদুল অলপ খং কৰিলে মাজনীয়ে মৃদুলৰ খং, অভিমান ভাঙিছে আৰু আজি মৃদুল এটা ভাল কথা কলেও মাজনীয়ে খং কৰে । মাজনীৰ ওপৰত মৃদুল খং কৰিলে মাজনী উলোটা খং কৰে । বৰ্তমান এনেকোৱা অবস্থা হৈছে মৃদুলৰ নিজৰ ঘৰৰ মানুহেও চাব নোৱাৰে । মৃদুল আৰু মাজনীৰ অবশেষত বিচ্ছেদ হৈ গ'ল । মৃদুলয়ে বিচ্ছেদ হোৱাটো মানি লব পৰা নাই । কাৰণ সম্পৰ্কটো বিয়ালৈ গুচি গৈছিল । কিন্তু আজি মাজনীয়ে বিচ্ছেদ কৰি মৃদুলৰ জীয়াই থকাৰ আশা নাইকিয়া কৰি দিছে । এই পৃথিবীত প্ৰতিদিনেই এনেকুৱা হেজাৰ হেজাৰ মৃদুল বিচ্ছেদৰ কাৰণে নষ্ট হৈ যোৱা দেখা গৈছে ।

13/06/2023

Address

Kharupetia
Darrang

Telephone

+916900934798

Website

Alerts

Be the first to know and let us send you an email when Raki short fun posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Raki short fun:

Share

Category