19/01/2023
নিজৰ ব্যক্তিগত মত
মই কি কৰিম নিজৰ জাতিৰ বাবে মোৰ নিজৰ ওপৰত কথা আজি মই ঘৰ মা- দেউতাক এৰি ওলাই আহিছো কিয়? সচাঁ অৰথত কিছুমান সমাজত প্ৰচলিত নিয়মে আমাক বাধ্য কৰায়। আই অসমী তুমি তোমাৰ কোলাত শুই তোমৰ বুকুত জন্ম হৈ তোমাৰ ওপৰত চলা ব্যভিচাৰ আচৰণ ত আমি থমকি নৰওঁ। থমকি ৰ'বলে আমি কোনো কা- পুৰুষ নহয়। আমি স্বাধীন আৰু তোমাকো স্বাধীনভাৱে জীয়াই ৰাখিম। নিজৰ তেজৰ অন্তিম টোপাল থকা লৈ হাত ত অস্ত্র থাকিব। মৰিম জাতিৰ স্বাভীমান ৰ কাৰণে নিজৰ জীৱন ত্যাগ কৰিবলে ভয় নকৰো। ইয়াত কাৰো প্ৰলোভনে আমাক হাৰ মনাব নোৱাৰে জয় আই অসম 🙏