10/11/2025
Please Share 🙏
নমস্কাৰ 🙏 মোৰ নাম জোনমণি লালু্ং মই ধেমাজি জিলাৰ নিবাসী মোৰ লাৰাটো চকুৰ কেঞ্চাৰত আক্ৰান্ত হৈ বৰ্তমান Bangalore Kidwai Memorial Institute Of Oncology Cancer হস্পিটেলত চিকিৎসাধীন হৈ আছে| অপাৰেশ্যন টো কৰা হ'ল বৰ্তমান Rediation দিব কাৰণে বহুত টকা প্ৰয়োজন কিন্তু সেই টকা যোগাৰ কৰিবলৈ আমি সক্ষম নহয়।জানুৱাৰী মাহৰ পৰা তাৰ বেমাৰত আজি পৰ্যন্ত লাগি থাকিব লগা হৈছে।পইচা বোলি ক'বলৈ আমাৰ হাতত একেবাৰে নাই অসমত ধেমাজি ,ডিবুগড় বাহিৰেও গুৱাহাটীত কিমান বাৰ দেখালো তাৰ কোনো হিচাপ নাই। তথাপিও বেমাৰটো কি ডক্তৰে ধৰিব নোৱাৰিলে। শেষত উপাই হিন হৈ আমি ল'ৰাটোক Bangalore লৈ আহিলো। ইয়াত অপাৰেশ্যন টো কৰা হ'ল। কিন্তু দুখৰ বিষয় এইটো যে। অপাৰেশ্যন কৰা 20 দিন মান পাছতে আকৌ যেন আগতকৈয়ো বেমাৰতো বেছিহে হ'ব ধৰিলে। তাৰ পাছতেহে ডক্তৰে কৈছে যে কেঞ্চাৰ। বৰ্তমান তাৰ চিকিৎসা বহুত খিনিয়ে আগ বাঢ়িল এতিয়া কেৱল Rediation আৰু কেমৰ অলপ বাকি আছে। এতিয়া সেই খিনি পইচায় যোগাৰ কৰিব পৰা নাই । যিমান যি সম্পত্তি আছিল তাৰ বেমাৰত সকলো শেষ এতিয়া আমাৰ হাটত একোৱেই উপাই নাই।
মোৰ অসহায় ল'ৰাটোক এই কন সহায় কৰি দিব বুলি মই আশাবাদী
Gpay নাম্বাৰ 7892773404
Acc-38430732024
IFSC code-SBIN0001426
ফোন নং 9395503710