Tora Developers Pvt Ltd

Tora Developers Pvt Ltd Tora Developers Pvt Ltd is a premier real estate company dedicated to providing, developing exceptional properties and plots

ৰঙে ৰঙে ভৰি উঠক আপোনাৰ জীৱন,সুখ, শান্তি আৰু আনন্দেৰে ভৰপূৰ হওক প্ৰতিটো মুহূৰ্ত।দুখ-কষ্ট পাহৰি সকলোৰে মাজত প্ৰেম আৰু ভাতৃ...
03/03/2026

ৰঙে ৰঙে ভৰি উঠক আপোনাৰ জীৱন,
সুখ, শান্তি আৰু আনন্দেৰে ভৰপূৰ হওক প্ৰতিটো মুহূৰ্ত।
দুখ-কষ্ট পাহৰি সকলোৰে মাজত প্ৰেম আৰু ভাতৃত্ববোধেৰে উদযাপন কৰোঁ আহক এই পৱিত্ৰ ৰং উৎসৱ।
✨ আপোনালোক সকলোলৈকে হোলীৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন।
Happy Holi! 🌈

Tora Developer Pvt Ltd-ৰ তৰফৰ পৰা সকলো ৰাইজলৈ পৱিত্ৰ মহা শিৱৰাত্ৰিৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। 🙏ভগৱান শিৱৰ আ...
15/02/2026

Tora Developer Pvt Ltd-ৰ তৰফৰ পৰা সকলো ৰাইজলৈ পৱিত্ৰ মহা শিৱৰাত্ৰিৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। 🙏
ভগৱান শিৱৰ আশীৰ্বাদে আপোনালোকৰ জীৱনত শান্তি, শক্তি আৰু সমৃদ্ধি আহক।
এই পৱিত্ৰ ৰাতিটোৱে আমাৰ জীৱনলৈ নতুন আশা, ইতিবাচক চিন্তা আৰু সফলতাৰ পথ মুকলি কৰক।
🛕 “ওঁ নমঃ শিৱায়” — এই মন্ত্রই হওক আমাৰ সাহস আৰু বিশ্বাসৰ উৎস।
শুভ মহা শিৱৰাত্ৰি 🌙✨ Developer Pvt Ltd

08/02/2026
LAND FOR SALE – 📍Bangalgaon, Dibrugarh ✅ 1 Katha & 1.5 Katha plots available✅ High land (residential suitable)✅ Easy roa...
04/02/2026

LAND FOR SALE – 📍Bangalgaon, Dibrugarh

✅ 1 Katha & 1.5 Katha plots available
✅ High land (residential suitable)
✅ Easy road connectivity
✅ Great future investment value 📈
📌 Just 1 KM from AMC, Dibrugarh
📌 Just 1.5 KM from main road

📞 Call now: 8471887311

Plots available near Khanikar Bypass, Dibrugarh ✅✅ Residential | ✅ CommercialEnquire now 📞-  +91 8471887311🌐 www.toradev...
03/02/2026

Plots available near Khanikar Bypass, Dibrugarh ✅
✅ Residential | ✅ Commercial

Enquire now 📞- +91 8471887311
🌐 www.toradevelopers.in

28/01/2026

Jai Hind 🇮🇳
26/01/2026

Jai Hind 🇮🇳

এইবাৰ ২৬ জানুৱাৰী কেৱল এটা তাৰিখ নহয়,ই অসমৰ ইতিহাসত এটা গৌৰৱৰ দিন।অসমৰ মাননীয় মুখ্যমন্ত্ৰীHimanta Biswa Sarma ডাঙৰীয়া...
22/01/2026

এইবাৰ ২৬ জানুৱাৰী কেৱল এটা তাৰিখ নহয়,
ই অসমৰ ইতিহাসত এটা গৌৰৱৰ দিন।
অসমৰ মাননীয় মুখ্যমন্ত্ৰী
Himanta Biswa Sarma ডাঙৰীয়াই
দ্বিতীয়বাৰৰ বাবে
Dibrugarhত
জাতীয় পতাকা উত্তোলন কৰিব —
এই মুহূৰ্তে প্ৰমাণ কৰে
ডিব্ৰুগড় আজি অসমৰ উন্নয়নৰ নতুন কেন্দ্ৰ।
চাহ বাগিচাৰ সৌন্দৰ্য,
শিক্ষা–স্বাস্থ্য–যোগাযোগৰ অগ্ৰগতি,
উদ্যোগ আৰু বিনিয়োগৰ নতুন দুৱাৰ —
ডিব্ৰুগড় আজি
অসমৰ দ্বিতীয় মহানগৰ হোৱাৰ দিশে দৃঢ় খোজে আগবাঢ়িছে।

Land Price Growth Over the Years 📈সময় সলনি হয়,কিন্তু মাটিৰ মূল্য কেৱল বৃদ্ধি পায়।আজিৰ সঠিক ঠাইত কৰা বিনিয়োগেইআগন্তুক ...
21/01/2026

Land Price Growth Over the Years 📈
সময় সলনি হয়,
কিন্তু মাটিৰ মূল্য কেৱল বৃদ্ধি পায়।
আজিৰ সঠিক ঠাইত কৰা বিনিয়োগেই
আগন্তুক দিনত ডাঙৰ লাভ নিশ্চিত কৰে।
সেয়েহে মাটি হৈছে
Safe • Stable • Smart Investment
🏡 Secure your future with trusted land investment
🔑 Powered by Tora Developer Pvt Ltd

আজিৰ এই গৌৰৱময় শিল্পী দিৱসতঅসমীয়াৰ শিল্প-সংস্কৃতিৰ দিশাৰী,ৰূপকোঁৱৰজ্যোতিপ্ৰসাদ আগৰৱালা দেৱকঅন্তৰৰ পৰা সোঁৱৰণ কৰিছোঁ। 🙏...
17/01/2026

আজিৰ এই গৌৰৱময় শিল্পী দিৱসত
অসমীয়াৰ শিল্প-সংস্কৃতিৰ দিশাৰী,
ৰূপকোঁৱৰ
জ্যোতিপ্ৰসাদ আগৰৱালা দেৱক
অন্তৰৰ পৰা সোঁৱৰণ কৰিছোঁ। 🙏
গীত, নাটক, কবিতা, চিনেমা আৰু বিপ্লৱী চিন্তাৰে
অসমীয়াৰ জাতীয় চেতনাক যি ৰূপ দিলে,
সেই ৰূপকোঁৱৰৰ সৃষ্টিয়ে
আজিও আমাক প্ৰেৰণা দিয়ে।
✨ “শিল্প কেৱল মনোৰঞ্জন নহয়,
ই এটা জাতিৰ আত্মা।” ✨
🌸 শিল্পী দিৱস উপলক্ষে
অসমীয়াৰ গৌৰৱ
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালালৈ
শত শত প্ৰণাম

A smart move today, big returns tomorrowSchedule a site visit today.📞 Call: +91 96781 17192🌐 www.toradevelopers.in      ...
09/01/2026

A smart move today, big returns tomorrow
Schedule a site visit today.

📞 Call: +91 96781 17192
🌐 www.toradevelopers.in

🏡 Your future deserves protection, not pressure.At TORA Developers, every investment is built on✔️ clear documents✔️ ver...
07/01/2026

🏡 Your future deserves protection, not pressure.

At TORA Developers, every investment is built on
✔️ clear documents
✔️ verified land
✔️ complete transparency

And to make your journey easier,
loan assistance is available — because peace of mind matters.

This isn’t just about buying land.
It’s about investing with confidence, clarity, and care.

📍 East Milan Nagar, Dibrugarh, Assam
📞 +91 84718 87311

Grow your savings where trust lives. 🌱

Address

East Milan Nagar
Dibrugarh
786003

Opening Hours

Monday 9am - 7pm
Tuesday 9am - 7pm
Wednesday 9am - 7pm
Thursday 9am - 7pm
Friday 9am - 7pm
Saturday 9am - 7pm

Telephone

+919678117192

Alerts

Be the first to know and let us send you an email when Tora Developers Pvt Ltd posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Tora Developers Pvt Ltd:

Share