Debagan rabha assamiya boy

Debagan rabha assamiya boy welcome to my page.

Permanently closed.
21/08/2025
01/03/2024

(সমূহ বন্ধু-বান্ধৱী সকল মই এই লেখনী লিখিব পাৰিছো নে নাই নাযানো কিবা যদি ভুল হৈছে ক্ষমা বিচাৰিছো।)
অহংকাৰ
অহংকাৰ হ'ল মানুহৰ মনৰ পৰা হোৱা এক জাগ্ৰত চৰিত্ৰৰ প্ৰভাৱ।যাৰ কোনো মূল্য নাই।অহংকাৰে মানুহক কোনো কৰ্মত সহায় নকৰে কেৱল ব্যক্তিৰ পৰা পাব পাৰে অধৰ্ম।যাৰ স্থান নাই তাৰ কোনো অধিকাৰ নাই। অহংকাৰ তিনিটা ভাগত ভাগ কৰিব পাৰি ।সেৱা হ'ল-১|কৰ্মৰ ওপৰত ২|ৰূপে গুণে আৰু ৩|মনৰ পৰা প্ৰৱেশ হোৱা অহংকাৰ।
গতিকে এই তিনিটাৰ পৰা উৎপন্ন হয় অহংকাৰ।সকলো মানুহৰ বেলেগ বেলেগ আচৰণৰ অহংকাৰ ।অহংকাৰে মানুহক এদিন এনেকুৱা নিষ্ঠুৰতা বাটত পেলাব পাৰে বা কোনো ব্যক্তিৰ সন্মুখীন হ'ব নোৱাৰিব।গতিকে পৃথিৱীত মানুহে জীৱাই থকালৈ অহংকাৰ জীৱাই থাকিব। কিন্তু মানুহৰ অহংকাৰ থাকিব লাগে কাৰণ অহংকাৰ ক'ত কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেৱা কেৱল নিজৰ ওপৰত গুৰুত্ব।
শ্ৰীদেৱগনৰাভা।

HAPPY NEW YEAR  BULI
01/01/2022

HAPPY NEW YEAR BULI

26/07/2021

Address

Chandubi, Assam, India
Gauhati

Alerts

Be the first to know and let us send you an email when Debagan rabha assamiya boy posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share