01/03/2026
“অসমীয়া কেৱল মুখেৰে নহয়, হাতে কামেও মই এজনী অসমীয়া✊। মই অসমৰ বোৱাৰী, আৰু এই চাহঘৰ মোৰ গৌৰৱ🙏। আজি মোৰ চাহঘৰলৈ অহা ৰাজ্যৰ কাৰ্যকৰী বিভাগৰ মাননীয় মন্ত্ৰী ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ। তেওঁৰ উপস্থিতি, দিহা-পৰামৰ্শ আৰু উৎসাহে মোক নতুন শক্তি আৰু সাহস দিছে👍। তেওঁৰ আশীৰ্বাদ 🙌আৰু দিহা আগত লৈ মই আগলৈও নিষ্ঠাৰে আগবাঢ়ি যাম। সকলোৰে মৰম আৰু সমৰ্থনত মোৰ চাহঘৰ সদায় আগুৱাই যাওক।”🥰🙌🤝💪
@ # # #