সদৌ অসম আদিবাসী ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতি

  • Home
  • India
  • Golaghat
  • সদৌ অসম আদিবাসী ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতি

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতি AASAA DHANSIRI SUBDIVISION COMMITTEE

 #সদৌ অসম আদিবাসী ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতি হৈ।অসম তথা সমগ্ৰ আদিবাসী জনগোষ্ঠীৰ বাবে আজিৰ দিনটো এক ঐতিহাসিক আৰু গৌৰৱ...
24/05/2026

#সদৌ অসম আদিবাসী ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতি হৈ।
অসম তথা সমগ্ৰ আদিবাসী জনগোষ্ঠীৰ বাবে আজিৰ দিনটো এক ঐতিহাসিক আৰু গৌৰৱৰ দিন। অসমৰ লগতে আদিবাসী জনগোষ্ঠীৰ প্ৰথমগৰাকী মহিলা লখিমপুৰ জিলাৰ পুঠিমাৰী নগাঁও পথাৰ গাঁৱৰ নিবাসী হিচাপে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি এক নতুন ইতিহাস ৰচনা কৰিলে ৰূপামণি গড়ে।
#ৰূপামণি গড়লৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালোঁ।

08/04/2026

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতি সাধাৰণ সম্পাদক হয়।

06/04/2026

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতি হয় সংবাদ মেল

10/03/2026

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ সভাপতি দুলাল বৰাইক।

18/02/2026

আছা জামুগুৰি আঞ্চলিক সমিতি গঠন।

18/02/2026
16/02/2026

#সৰুপথাৰ সাহিত্য ভৱনত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতি ও আঞ্চলিক সমিতিৰ উদ্যোগত সংবাদমেল।

16/02/2026
09/02/2026

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ উদ্যোগত।

30/01/2026

২১ সংখ্যাক আদিবাসী মহাসভাত।

30/01/2026

২১ সংখ্যক আদিবাসী মহাসভাত গোলাঘাট জিলা সমিতি উপস্থিত।

Address

Golaghat
785601

Website

Alerts

Be the first to know and let us send you an email when সদৌ অসম আদিবাসী ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category