অসমৰ লৰা

অসমৰ লৰা নিজক কেতিয়াও অকামিলা নাভাবিবা

10/09/2026

How to become a real 'God'?
গুগোলক সুধিলোঁ, গৱেষণাও চলালোঁ,
সফল হব পাৰিলেই ঈশ্বৰ হ'ম,
তেতিয়া কাক কি লাগে মোক কলেই হল।
যি বিচৰা সকলো দিম, মোৰনো কি বালৰ আহে যায় ?
তথাস্ত বুলি কলেই হয় যাব।
স্বৰ্গত থাকিম,
বিধে বিধে ফল খাম,
পৃথিৱীত কি হৈ আছে ওপৰৰ পৰাই চাম।
পখণ্ডী বোৰক বেত দিম, ধাৰ্মিক বোৰক ফুল।
এনেকৈয়ে পুনৰ গঢ়িম ৰাম ৰাজ্য হিন্দু-মুছলিম, শিখ-ইশাই সকলো কৰি এক জাতি এক কুল।

এবাৰ মাত্ৰ মোক ঈশ্বৰ হৈ লবলৈ দিয়া।
তোক যি লাগে তাকে আনি দিম।
তই যদি এবাৰ কোৱা মোক জোনটো লাগে, মই তোৰ ঘৰত জোনক বান্ধি আনি হাজিৰ কৰাই দিম,
তই যদি মোক এবাৰ কোৱা পুনৰ গাভৰু কৰি দিয়া মোক, মই তোক ষোড়শী গাভৰু বনাই দিম।
মাত্ৰ এবাৰ মোক ঈশ্বৰ হৈ লবলৈ দিয়া।
মাত্ৰ এবাৰ মোক ঈশ্বৰ হৈ লবলৈ দিয়া

10/09/2026

জনজাতীয় লোকৰ মাটি কিনাটো কেৱল এটা সম্পত্তিৰ লেনদেন হিচাপে নাচাই, এক নৈতিক দায়িত্বৰ দৃষ্টিৰেও চোৱা উচিত বুলি মই ভাবোঁ।

টকাৰ প্ৰয়োজন বা লোভৰ বাবে কোনো জনজাতীয় লোকে নিজৰ মাটি বিক্ৰী কৰিব পাৰে; কিন্তু সেই সুযোগ লৈ অজনজাতীয় লোক এজনে সেই মাটি কিনি লোৱাটো সদায় নৈতিকভাৱে উচিত নেকি? এই প্ৰশ্নটো আমি নিজকে কৰা উচিত।

মাটি কেৱল মাটি নহয়; ই এটা জনগোষ্ঠীৰ ইতিহাস, পৰিচয়, জীৱিকা আৰু ভৱিষ্যতৰ সৈতে জড়িত।

সেয়েহে, আইনগতভাৱে কিনিব পৰা সুযোগ থাকিলেও, আমাৰ বিবেক আৰু নৈতিকতাই যদি আমাক কয় যে সেই মাটি সেই জনগোষ্ঠীৰ হাততেই থাকক, তেন্তে সেই সিদ্ধান্তক সন্মান কৰাটোৱেই শ্ৰেয়।

“তেওঁলোকৰ মাটি তেওঁলোকৰ লগতেই থাকক,” এই মানসিকতাটো সমাজত গঢ়ি তোলাটো আমাৰ নৈতিক দায়িত্ব হওক।

10/09/2026

বেংকত গৈছিলোঁ।
মেনেজাৰে মোক কলে Sukanya Samriddhi Yojana এটা ভাল যোজনা।
তাত আপুনি ছোৱালী দুজনীৰ নামত মাহে পাঁচ, পাঁচ হাজাৰকৈ পোন্ধৰ বছৰ জমা কৰিলে 21 বছৰৰ পিছত 27/28 লাখ পাব।
শুনি ভাল লাগিব পিছে 21 বছৰৰ পিছত 27/28 লাখৰ উপযুক্ত মূল্য কিমান হব সেইটোহে আচল টুইষ্ট।
বছৰি 6% ইনফ্লেচন ধৰি হিচাপ কৰিলে আজি 27 লাখ পালে যিটো আনন্দ লাগিব 21 বছৰ পিছত সেই একে আনন্দ 91/92 লাখ পালেহে লাগিব।
অৰ্থাৎ 27 লাখ 21 বছৰ পিছত 10/11 লাখৰ সমতুল্য সাধাৰণ টকা হবগৈ।

দৰকাৰ নাই পেট মাৰি মাৰি টকা জমা কৰিবলৈ।
সেই টকাৰে ফল মূল খালে শৰীৰত যিটো লাভ হব সেই লাভ টকাতকৈ অমূল্য হবগৈ।

Money can be saved for the future, but health and time cannot be saved in a bank.

06/09/2026

মই কবিতা এটা লিখিছোঁ।
উৎসাহ পালে এনেকুৱা কবিতা আৰু লিখিম🙊
Nature Justifies! ⚖️

যি ছোৱালীয়ে পৰ পুৰুষৰ আগত যিমান মেখেলা দাঙিব,
যি ছোৱালীয়ে পৰ পুৰুষৰ আগত যিমান মেখেলা দাঙিব,
সি সিমানে লোকৰ স্ত্ৰীৰ মেখেলা দঙা দৰা পাব।

যি পুৰুষে পৰ স্ত্ৰীৰ যিমান মেখেলা দাঙিব,
যি পুৰুষে পৰ স্ত্ৰীৰ যিমান মেখেলা দাঙিব,
সেই পুৰুষে পৰ পুৰুষৰ আগত মেখেলা দঙা কইনা পাব।

ভালে পায় ভালক, জাবৰে পায় খালক।

05/09/2026

I want to distance myself from fake people and seek shelter in the embrace of truth.
❤️

04/09/2026

Death is not our enemy; rather, death is our protector.

Death is not the full stop of life; death is the comma in life.

Death frees us from endless suffering, old age, and illness.

03/09/2026

I’m looking for a music teacher who can conduct classes 6 days a week.

Address: Bhangagarh area, Guwahati

সঁচাই পুৰুষৰ জীৱনটো সেইডালৰ দৰে সহজ, সৰল, কোমল, চিধা, আৰামত মুক্তভাৱে ওলমি থাকে বা আড্ডা মাৰি কটাওঁ।কিন্তু হঠাৎ এদিন এগৰ...
30/08/2026

সঁচাই পুৰুষৰ জীৱনটো সেইডালৰ দৰে সহজ, সৰল, কোমল, চিধা, আৰামত মুক্তভাৱে ওলমি থাকে বা আড্ডা মাৰি কটাওঁ।
কিন্তু হঠাৎ এদিন এগৰাকী মহিলা আহি তাক টান কৰি তোলে অৰ্থাৎ জীৱনটো নৰক সদৃশ কঠিন কৰি তোলে।
মহিলাই পুৰুষৰ জীৱনটো complicated কৰি দিয়ে।🙊

19/08/2026

Don't Trust Anybody

16/07/2026

*তোমাৰ_বাবে*

মই সময়ক মন্থৰ কৰি দিম
যদি তুমি এবাৰ কোৱা ইলু ইলু বুলি।

এই দশকতে থাকি যাম দুয়ো,
যদি তুমি এবাৰ কোৱা মোৰ চেনেহী হয় থাকিম বুলি।

মই মৰুত মিঠা পানীৰ নদী বোৱাই দিম
যদি তুমি এবাৰ কোৱা পিয়াঁহ গুচা নাই বুলি।

মই পৰ্বতৰ বুকু ভেদী মসৃন পথ বনাই দিম,
যদি তুমি এবাৰ কোৱা প্ৰতি সন্ধিয়া মোক লগ কৰিব আহিম বুলি।

মই আকাশলৈ জখলা বনাই দিম,
যদি তুমি এবাৰ কোৱা জোনবাই দেশত দুয়ো আলিংগন কৰিম বুলি।

যদি তুমি এবাৰ কোৱা জীৱন পথত ইমান বাধা কিয় আহে?
মই মৰি দিম তোমাৰ বাবে আৰু তোমাৰ আগে আগে যাম,
কাৰণ
মৃত ব্যক্তিৰ সন্মুখত কোনেও বাধা দিব নাহে।

Address

অসমৰ চোতালত
Guwahati

Telephone

+917575930309

Website

Alerts

Be the first to know and let us send you an email when অসমৰ লৰা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category