Pramod Talukdar Memorial Old Age Home

Pramod Talukdar Memorial Old Age Home A unit of Monalisha Society, Guwahati, Mobile No -9864048360
(250)

Happy Birthday Babu♥️
23/09/2026

Happy Birthday Babu♥️

আজি দুপৰীয়াৰ সু স্বাদু আহাৰৰ বাবে আন্তৰিক ধন‍্যৱাদ আৰু কৃতজ্ঞতা জ্ঞাপন তৰিলোঁ
21/09/2026

আজি দুপৰীয়াৰ সু স্বাদু আহাৰৰ বাবে আন্তৰিক ধন‍্যৱাদ আৰু কৃতজ্ঞতা জ্ঞাপন তৰিলোঁ

21/09/2026

আজি বিশ্ব আলজ‍্যেইমাৰ দিৱস। স্মৃতিভ্ৰম বা আলজ‍্যেইমাৰ হোৱাৰ কাৰণ সমূহ মূলত কি কি বুলি ভাবে মতামত জনাবচোন।

20/09/2026

মালিগাঁৱৰ পৰা অকলে আহিছে এই মৰমিয়াল মা/আইতাগৰাকী। জুবিন দিৱসত সোনাপুৰত এই আইতাগৰাকীক দেখি মনটো বৰ বেয়া লাগি গল। বৰ ভাগৰ লাগিছে। শৰীৰটোৱে নাটানে তেখেতৰ। তথাপি জুবিন দাৰ প্ৰতি থকা অগাধ মৰমে তেখেতক লৈ আহিছে বিশেষ দিনটোত জুবিন ক্ষেত্ৰৰ বাকৰিলৈ হিয়াৰ আমঠুক অলপ মৰম যাঁচিবলৈ। এয়াই আমাৰ মৰমৰ জুবিন দা। কিমান ভাল পালে এগৰাকী প্ৰায় আশী বছৰীয়া মাতৃয়ে ইমান ভিৰৰ মাজতো এনেদৰে আহিবলৈ সাহস কৰিব পাৰে! @ Zubeenkhetra
19/9/26










Thank you so much Dr. O P Gupta Sir♥️👏👏👏
20/09/2026

Thank you so much Dr. O P Gupta Sir♥️👏👏👏

Address

Mobile No/9864048360
Gauhati
781028

Opening Hours

Monday 11am - 5pm
Tuesday 11am - 5pm
Wednesday 11am - 5pm
Thursday 11am - 5pm
Friday 11am - 5pm
Saturday 11am - 5pm
Sunday 11am - 5pm

Telephone

+919864048360

Alerts

Be the first to know and let us send you an email when Pramod Talukdar Memorial Old Age Home posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Pramod Talukdar Memorial Old Age Home:

Shortcuts

Share