13/09/2026
শোক বার্তা
জামিয়া অসম দাৰুল হাদীছ জয়নগৰ মাদ্ৰাছাৰ প্রাক্তন প্রবীণ মুহাদ্দিছ তথা অধ্যক্ষ হজৰত মৌলানা মুহচিন আলী চাহাব যোৱাকালি ১২/০৯/২০২৬ ইংৰাজী শনিবাৰ সন্ধিয়া ৮:০০ বজাত ইন্তেকাল হয়।
ইন্নালিল্লাহি অ' ইন্নাইলাইহিৰ ৰাজিউন।
মৰহুম হজৰত ৰঃ জানাজাৰ নামাজ আজি ১৩ ছেপ্টেম্বৰ দেওবাৰ দিনৰ ১২: ৪৫: মিঃ জয়নগৰ মাদ্ৰাছাৰ সন্মুখত আদায় কৰা হ'ব ৷