বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থা

  • Home
  • India
  • Jonai
  • বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থা

বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থা সেৱাই আমাৰ ধৰ্ম

🙏 পৱিত্ৰ ভাদ মাহ আৰু শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ পৱিত্ৰ উপলক্ষে 🙏পৱিত্ৰ ভাদ মাহ তথা ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে বাহিৰ ...
04/09/2026

🙏 পৱিত্ৰ ভাদ মাহ আৰু শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ পৱিত্ৰ উপলক্ষে 🙏

পৱিত্ৰ ভাদ মাহ তথা ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ এটি দলে টাৰি মাজ গাঁও বৰনামঘৰত উপস্থিত হৈ ভগৱানৰ শ্ৰীচৰণত সেৱা আগবঢ়োৱাৰ লগতে নামঘৰৰ আই-মাতৃ, বাপসকল আৰু সমূহ ৰাইজৰ আশীৰ্বাদ গ্ৰহণ কৰে।

ভগৱান শ্ৰীকৃষ্ণৰ কৃপাৰে সমাজত শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধ অধিক সুদৃঢ় হওক—তাকে কামনা কৰিলোঁ।

জয় আই অসম। 🙏

03/09/2026

✊

03/09/2026

জয় আই অসম।✊

কালি ৰুক্মিনী আলি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী নীলিমা পেগু বাইদেউৰ বিদায় সম্বৰ্দ্ধনা অনুষ্ঠানত আমি বাহিৰ ...
01/09/2026

কালি ৰুক্মিনী আলি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী নীলিমা পেগু বাইদেউৰ বিদায় সম্বৰ্দ্ধনা অনুষ্ঠানত আমি বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাই উপস্থিত হৈ তেখেতক সম্বৰ্দ্ধনা জনোৱা লগতে বাইদেউৰ সুস্বাস্থ্য কামনা কৰিছোঁ।

অভিনন্দন💐💐💐
31/08/2026

অভিনন্দন💐💐💐

📌বাহিৰ জোনাই আঞ্চলিক ছাত্ৰসন্থাৰ একাদশ দ্বি-বাৰ্ষিক অধিৱেশনত কিৰণ কুমাৰ শইকীয়াক সভাপতি আৰু হৰিশ চাৰহক সম্পাদক হিচাপে লৈ মুঠ ৪১ জনীয়া এখন শক্তিশালী আঞ্চলিক সমিতি গ*ঠন*

💐শুভেচ্ছা কিৰণ ❣️
31/08/2026

💐শুভেচ্ছা কিৰণ ❣️

#বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ "একাদশ দ্বি-বার্ষিক অধিৱেশন" সম্পন্ন

# সভাপতি পদত কিৰণ কুমাৰ শইকীয়া নিৰ্বাচিত...

বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থা ৩০ আগষ্ট ২০২৬ তাৰিখে বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ একাদশ দ্বি-বাৰ্ষিক অধিৱেশন সফলতাৰে...
31/08/2026

বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থা

৩০ আগষ্ট ২০২৬ তাৰিখে বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ একাদশ দ্বি-বাৰ্ষিক অধিৱেশন সফলতাৰে অনুষ্ঠিত হয়। অধিৱেশন খনত ছাত্ৰ সন্থাৰ বিষয়ববীয়া, প্ৰতিনিধি, সদস্য তথা শুভাকাংক্ষী সকলে অংশগ্ৰহণ কৰে। অধিৱেশনত সংগঠনৰ সাংগঠনিক দিশ, ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন সমস্যা আৰু অঞ্চলটোৰ শৈক্ষিক, সামাজিক তথা সাংস্কৃতিক বিষয়সমূহৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়।

অধিৱেশনৰ জৰিয়তে নতুন সমিতিৰ সভাপতি Kiran Kr Saikia আৰু সাধাৰন সম্পাদক হৰিচ চাৰহৰ লগতে ৪১ জনীয়া সমিতি গঠন কৰি সংগঠনটোক অধিক শক্তিশালী আৰু সুসংগঠিত ৰূপত আগুৱাই নিয়াৰ সংকল্প গ্ৰহণ কৰা হয়।

#শুভেচ্ছাকিৰণকুমাৰশইকীয়া।❣️
#শুভেচ্ছাহৰিচ_চাৰহ 💐

24/08/2026

সকলোৰে সহযোগ কামনা কৰিছোঁ।
বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থা

Address

JONAI(bahir Jonai)
Jonai

Alerts

Be the first to know and let us send you an email when বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category