Gayatri borah

Gayatri borah This is official page of Gayatri

02/06/2025
17/06/2024

কেতিয়াবা অলপ আঁতৰি অকলশৰীয়া হৈ নিজৰ লগতে কথা পাতি পাইছে নে? অলপ সময় নিজকে দি পাইছে নে? হয়তো নাই পোৱা! কেতিয়াবা নিজকো প্ৰশ্ন কৰি চাব চোন আমি ব্যস্ততাৰ সোঁতত নিজকে হেৰোৱাই পেলোৱা নাই নে বাৰু.... লক্ষ্যৰ পিছত দৌৰি আমি প্ৰায়েই নিজকে হেৰুৱাই পেলাইছো।।

-গায়ত্ৰী বৰা।

17/06/2024

🥀ভাল পোৱা আৰু ভাল লগাৰ মাজত পাৰ্থক্য আছে..... সম্পৰ্কবোৰ ভাগে কিন্তু ভাল লগাবোৰ আজীৱন ৰৈ যায় হৃদয়ৰ কোনোবা কোনত... সেয়ে আমি ভাল লগাবোৰ ভাল লগা হৈয়ে থাকিব দিব লাগে, সম্পৰ্কৰ নাম নিদিয়াই ভাল 🥀

17/06/2024

এই যে আমাৰ জীৱনলৈ দুদিনৰ কাৰণে অহা মানুহবোৰ বৰ আচৰিত নহয় নে? দুদিনৰ চিনাকি হে এনেকৈ আপোন হৈ পৰে যে আমি নভবা নিচিন্তাকৈ সকলো কথা হিয়া ওজাৰি কৈ দিও আৰু তেওঁলোকে আমাৰ পৰিস্থিতিৰ বুজ লৈ অচিনাকি দৰে ব্যৱহাৰ কৰি আঁতৰি যায়।

- গায়ত্ৰী বৰা।

Address

Jorhat

Website

Alerts

Be the first to know and let us send you an email when Gayatri borah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Gayatri borah:

Share

Category