প্ৰাক্তন ছাত্ৰ সন্মিলন সমিতি , নেলী চিনিয়ৰ ছেকেণ্ডেৰী স্কুল

  • Home
  • India
  • Morigaon
  • প্ৰাক্তন ছাত্ৰ সন্মিলন সমিতি , নেলী চিনিয়ৰ ছেকেণ্ডেৰী স্কুল

প্ৰাক্তন ছাত্ৰ সন্মিলন সমিতি , নেলী চিনিয়ৰ ছেকেণ্ডেৰী স্কুল Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from প্ৰাক্তন ছাত্ৰ সন্মিলন সমিতি , নেলী চিনিয়ৰ ছেকেণ্ডেৰী স্কুল, Real Estate, Nellie, Morigaon.

অহা ইংৰাজী ১ আৰু ২ ফেব্ৰুৱাৰী ২০২৩ তাৰিখে নেলী চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ৰূপালী জয়ন্তী উদযাপন কৰা হৈছে । গতিকে সকলো প্ৰাক...
28/01/2023

অহা ইংৰাজী ১ আৰু ২ ফেব্ৰুৱাৰী ২০২৩ তাৰিখে নেলী চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ৰূপালী জয়ন্তী উদযাপন কৰা হৈছে । গতিকে সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ লগতে শ্ৰদ্বাভাজন ৰাইজ সকলোকে সাদৰৰে আমন্ত্ৰণৰ শৰাই আগবঢালোঁ ।
আপোনাসৱৰ উপস্হিতিয়ে আমাৰ প্ৰতিটো কায্যৰ্সূচী সফল কৰি তুলিব আশা ৰাখিলোঁ ।

17/01/2023
14/01/2023

সকলোলৈ ভোগালী বিহুৰ আন্তৰিক শুভকামনা লগতে ওলগ জানালোঁ। সকলোৰে আহি থকা দিন বোৰ সুখ সমৃদ্ধি , শান্তি আৰু ভোগালীৰ ভোগেৰে উপচি পৰক । happy bhugali bihu

কন্দৰ্প কুমাৰ ডেকা
সম্পদক
প্ৰাক্তন ছাত্ৰ সন্মিলন সমিতি , নেলী চিনিয়ৰ ছেকেণ্ডেৰী স্কুল

03/01/2023

প্ৰিয় সতীৰ্থ বৃন্দ
সম্ভাষণ গ্ৰহণ কৰিব । নেলী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ৰূপালী জয়ন্তী উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । সেয়েহে অহা ইংৰাজী ৬/০১/২০২৩ তাৰিখ শুক্ৰবাৰে দিনৰ ১০.৩০ বজাত প্ৰাক্তন প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ এখন সভা আহবান কৰা হৈছে ।
গতিকে উক্ত সভাত সকলোৰে সু দিহা পৰামৰ্শ আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰা হ’ল।

ইতি

শ্ৰী বিষ্ণু পাটৰ শ্ৰী কন্দৰ্প কুমাৰ ডেকা
সভাপতি সম্পাদক
প্ৰাক্তন ছাত্ৰ সন্মিলন সমিতি

31/12/2022

Good morning everyone ……….

30/12/2022

সকলো নেলী চিনিয়ৰ ছেকেণ্ডেৰী স্কুল ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীকে এই পেজ Follow কৰিবলৈ অনুৰোধ জনালো

Address

Nellie
Morigaon
782413

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Website

Alerts

Be the first to know and let us send you an email when প্ৰাক্তন ছাত্ৰ সন্মিলন সমিতি , নেলী চিনিয়ৰ ছেকেণ্ডেৰী স্কুল posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category