M Bordoloi

M Bordoloi hi.hello

17/01/2026

2 মাঘ শুক্ৰ বাৰে গড়মাৰী মহ যুঁজ প্ৰতিযোগিতা।। # viral video

13/01/2026

২৬ পুহ দেওবাৰে বাৰি গখায় পূজা কৰা হৈছিল।🙏🙏🙏

01/01/2026

ধেপা ধুল আৰু মহঁৰ শিঙৰ পেঁপা সোৰত অলপ ধেমালি কৰিলোঁ।তেতেলী খূটি বিলৰ পাৰৰ পিকনিক স্থলী।।

21/12/2025

ৰাতি 3 বজাত উঠি হাঁহ মাৰি আছোঁ। বিয়া কাৰণে।

10/12/2025

জীৱন মানে সংগ্ৰাম। এই পথাৰ খনেই হল আমাৰ আশা ভৰসা আৰু সপোন।।

07/12/2025

মোৰ মৌনতাক অহংকা বুলি নাভাবিব 🌹🌹
মই এনেকোৱা কিছুমান আঘাত পাইছোঁ যে
এতিয়া আৰু বেছি কথা ক'বলৈ মন নোযোৱা হ'ল 🙏🙏🙏

Address

Garmari. Morigaon.
Morigaon
782105

Website

Alerts

Be the first to know and let us send you an email when M Bordoloi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category