MRC News

MRC News Assam

নিশা যুৱকক ভিডিঅ’ কল কৰি অশান্তি কৰা যুৱতীক গ্ৰেপ্তাৰ মৰমলগা কথা কৈ যুৱকক প্ৰলোভন দিয়ে এই যুৱতীগৰাকীয়ে পিছত ভিডিঅ’ ৰেকৰ্...
02/09/2026

নিশা যুৱকক ভিডিঅ’ কল কৰি অশান্তি কৰা যুৱতীক গ্ৰেপ্তাৰ

মৰমলগা কথা কৈ যুৱকক প্ৰলোভন দিয়ে এই যুৱতীগৰাকীয়ে

পিছত ভিডিঅ’ ৰেকৰ্ড কৰি আৰম্ভ কৰে ব্লেকমেইলিং

আৰক্ষীৰ জালত অমৃতসৰৰ অমৃতা কৌৰ

এজন যুৱকৰ এজাহাৰৰ পিছতেই গ্ৰেপ্তাৰ কৰে অমৃতাক

যুৱকজনৰ পৰা ২ লাখ টকা দাবী কৰিছিল যুৱতীগৰাকীয়ে

02/09/2026

মৈৰাবাৰীত ক্ৰীড়া সামগ্ৰীৰ দোকান মুকলি।

মৈৰাবাৰী প্ৰেছ ক্লাবৰ কাষত জে এছ আই মাৰ্কেটত ই এছ নামেৰে এখনি খেলৰ সামগ্ৰী বিক্ৰী কৰা দোকান শুভাৰম্ভ কৰা হয়।

দোকান খন শুভাৰম্ভ কৰে নগাঁও উকিল বাৰ এছচিয়েছনৰ প্ৰাক্তন সভাপতি আবুল হাছিম খন্ডকাৰে।

ইমৰিট স্পৰ্চ নামৰ দোকান খনত ক্ৰিকেট ,ফুটবল, বাস্কেটবল,ভলীবল ,আদি কৰি সকলো ধৰণৰ খেলৰ সামগ্ৰী পোৱা যাব। ইফালে জাৰ্চীৰ বাবেও
আগতীয়াকৈ অৰ্ডাৰ লোৱা হব বুলি জানিবলৈ দিয়ে দোকান খনৰ স্বত্বাধিকাৰী ইনিনজাবুৰে।

আপোনালোকে খেলৰ যিকোনো সামগ্ৰীৰ প্ৰয়োজন হ’লে মৈৰাবাৰীস্বিত ইমৰিট স্পৰ্চৰ স্বত্বাধিকাৰী ইনিনজাবুৰ সৈতে যোগাযোগ কৰিব পাৰে।মবাইল নম্বৰটো হল--8761812205.

02/09/2026

পূব হাতীমূৰীয়া প্ৰাথমিক বিদ্যালয়ত চুৰৰ ছাফাই অভিযান।

নাবালিকা কইনাৰ সৈতে শাৰিৰীক সম্পৰ্ক কৰিলে POCSOৰ অধীনত হ’ব অভিযুক্ত বাল্য বিবাহ কৰা মুছলমান লোকৰ বিৰুদ্ধে কেৰালা উচ্চ ন্...
01/09/2026

নাবালিকা কইনাৰ সৈতে শাৰিৰীক সম্পৰ্ক কৰিলে POCSOৰ অধীনত হ’ব অভিযুক্ত

বাল্য বিবাহ কৰা মুছলমান লোকৰ বিৰুদ্ধে কেৰালা উচ্চ ন্যায়ালয়ৰ ডাঙৰ ৰায়

শ্বৰিয়া আইনমতে বিবাহ বৈধ হ’লেও POCSOৰ অপৰাধী হ’ব স্বামী

বি-পদ সীমাৰ ওপৰেৰে বৈছে বেঁকী নদীৰ জলস্তৰ।যিকোনো মূহুৰ্তত হব পাৰে বেয়া পৰিস্থিতি।প্ৰশাসনে জাৰি কৰিছে স-তৰ্ক-তা।
01/09/2026

বি-পদ সীমাৰ ওপৰেৰে বৈছে বেঁকী নদীৰ জলস্তৰ।

যিকোনো মূহুৰ্তত হব পাৰে বেয়া পৰিস্থিতি।

প্ৰশাসনে জাৰি কৰিছে স-তৰ্ক-তা।

01/09/2026

মৈৰাবাৰীত ভূমিকেন্দ্ৰিক সং/ঘা/ত!

ন্যায় বিচাৰি আহ্বান ভুক্তভোগীৰ।

কেইবা বিঘা মাটিক কেন্দ্ৰ কৰি দুটা পক্ষৰ মাজত দীর্ঘদিনে চলি আহিছে এই ক্ৰ/ন্দ/ল।

চৰকাৰলৈ ন্যায় বিচাৰি আহ্বান ।

01/09/2026

এটাৰ পিছত এটাকৈ চুৰি মৈৰাবাৰীত।

এইবাৰ ৰাইজে চুৰ ধৰি গতালে আৰক্ষীক।

হিবজুৰ ৰহমান নামৰ চুৰটোৱে কৰিছিল চুৰিকাণ্ড।

Cc tv ফুটেজত ওলোৱাত ৰাইজে উত্তম মাধ্যম দি গতালে আৰক্ষীক।

মুছাৰ সাধাৰণ সম্পাদক হিচাপে ছাহিদুল ইছলামক কেন্দ্ৰীয় সমিতিৰ কোনো অনুমোদন নাইঃ— আশ্বিক ৰাব্বানীসভাপতি, মুছলিম ছাত্ৰ সন্থ...
01/09/2026

মুছাৰ সাধাৰণ সম্পাদক হিচাপে ছাহিদুল ইছলামক কেন্দ্ৰীয় সমিতিৰ কোনো অনুমোদন নাইঃ
— আশ্বিক ৰাব্বানী
সভাপতি, মুছলিম ছাত্ৰ সন্থা, অসম (মুছা)

01/09/2026

মৈৰাবাৰী শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত শতাধিক বিশেষভাৱে সক্ষম লোকক বিভিন্ন সামগ্ৰী বিতৰণ।

মৈৰাবাৰী শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত অঞ্চলটোৰ বিশেষভাৱে সক্ষম লোকসকলৰ সহায়ৰ্থে এক সামগ্ৰী বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়।

মৈৰাবাৰী ৰাষ্ট্ৰ ভাষা হিন্দী স্কুলৰ প্ৰাংগণত অনুষ্ঠিত এই অনুষ্ঠানত শতাধিক বিশেষভাৱে সক্ষম লোকৰ মাজত বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হয়।

অনুষ্ঠানটোত অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিশেষভাৱে সক্ষম লোকসকলে অংশগ্ৰহণ কৰে।

তেওঁলোকৰ দৈনন্দিন জীৱনত সহায়ক হোৱাকৈ বিভিন্ন সামগ্ৰী প্ৰদান কৰা হয়।

এই পদক্ষেপে বিশেষভাৱে সক্ষম লোকসকলক কিছু পৰিমাণে সকাহ দিয়াৰ লগতে তেওঁলোকৰ প্ৰতি সমাজৰ দায়িত্ব আৰু সহমৰ্মিতাৰ এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনে।

01/09/2026

হ্ৰাস পোৱা নাই চুৰিকাণ্ড।

পুনৰ মৈৰাবাৰীত চুৰিকাণ্ড!
Cc টি ভি ফুটেজত দেখা এইজনেই দোকানত সোমাই কৰিলে চুৰি।

Address

Moirabari
Morigaon
MOIRABARI

Opening Hours

Monday 12am - 12am

Website

Alerts

Be the first to know and let us send you an email when MRC News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category