BABUL ISLAM

BABUL    ISLAM hey guys how are you..... my name is Mohammed Babul Islam. my please (Assam)

17/07/2021
05/09/2019

🇮🇳 hey guys 👬 how are you 💘 video 📹 asse lagi 🙌 too please 💖 like jarur Korna

05/09/2019

Hey guys 👬 how are you 💘 video 📹 asse lagi 🙌 he too 👭 💘 please 💖 like jarur Korna

05/09/2019

🇮🇳 hey guys 👬 how are you 💘 video 📹 asse lagi 🙌 he too 👭 💘 please 💖 like jarur Korna

05/09/2019

Hey guys 👬 how are you 💘 video 📹 asse lagi 🙌 too please 💖 like jarur Korna

05/09/2019

Hey guys 👬 how are you 💘 video 📹 asse lagi 🙌 he too 👭 💘 please 💖 like jarur Korna

1 মিনিট লাগিব অনুগ্ৰহ কৰি গল্পটো  মিচ নকৰিব".......         এটা ল'ৰাই বিয়া কৰিব কাৰণে ছোৱালীচাব গ'ল।ছোৱালীক তাৰ ভাললাগি...
12/05/2019

1 মিনিট লাগিব অনুগ্ৰহ কৰি গল্পটো মিচ নকৰিব".......

এটা ল'ৰাই বিয়া কৰিব কাৰণে ছোৱালী
চাব গ'ল।ছোৱালীক তাৰ ভাল
লাগিল । তাৰ পাছত সকলোৱে ল'ৰাটোৰ
ঘৰৰ খবৰ বাতৰি ল'লে।
তাৰ ১৫ দিন পাছত ল'ৰাটোৰ পক্ষৰ
মানুহ আহি ছোৱালীক আঙঠি
পিন্ধাই আৰু বিয়াৰ কথা ঠিক কৰিলে।তাৰ পাছত সিহঁতৰ মাজত ফোনালাপ
চলি থাকে।
৩ দিন পাছত ফোনৰ আলোচনা :-

ল'ৰা:- আচ্ছা তুমি কি আৰু পঢ়িব
বিচৰা নেকি ???
ছোৱালী :- হয়... কাৰণ মোৰ আশা আছিল
ডাঃ হোৱাৰ ।
ল'ৰা:- ডাঃ হলে তুমি সুখী হবা ???
ছোৱালী :- হয়.. এইটো মোৰ সকলোতকৈ ডাঙৰ
আশা__। আৰু বিচাৰিলেই কি সকলো আশা পূৰণ কৰিব পাৰে জানো !!!
ল'ৰা:- কিয় ???
ছোৱালী :- কাৰণ.. ১। মোৰ বিয়া ঠিক হয়
গৈছে.. ২। মোৰ দেউতাৰ ইমান টকা নাই।
ল'ৰা:- আমাৰ তো আছে। তোমাক
আৰু একো দিও বা নিদিও।
তোমাৰ আশা মই পূৰণ কৰিম !!! তুমি
কি
পঢ়িবলৈ সাজু ???
ছোৱালী :- হমম . কিন্তু বিয়াৰ বাবে আৰু মাত্ৰ ৯ দিন বাকী..সেইটো কি হব ???
ল'ৰা:- সেইটো মোৰ ওপৰত এৰি দিয়া !!!
ছোৱালী :- ঠিক আছে .
ল'ৰাটোৰ ফেমেলিৰ সকলোকে বুজাই
ক'লে, আৰু সকলোৱে মান্তি হ'ল।
সেইমতে লিখা
পঢ়াৰ সকলো খৰচ ল'ৰাটোৱে দিছে ।
দেখা দেখিও ঠিকমতেই হৈ আছিল কিন্তু কিছু দিন
পিছত ।
ছোৱালী :- মোৰ এটা কথা ৰাখিবা ???
ল'ৰা:- বাৰু কোৱাচোন মই কি কৰিব
পাৰো ???
ছোৱালী :- একো মনত বেয়াকৈ ল'ব নোৱাৰিবা। মোৰ লগত আৰু মোক কেতিয়াও লগ কৰিব নাহিবা !!!
ল'ৰা :- কিন্তু কিয় ???
ছোৱালী :- তোমাক দেখিলে নিজকে
ধৰি ৰাখিব নোৱাৰো । ইফালে মোৰ
পৰীক্ষাৰ ২ বছৰ বাকী। যদি,,ফেইল কৰো
সমাজৰ আগত মুখ দেখাব নোৱাৰিম। আৰু
তোমাৰ টকা ও কষ্ট বেকাৰ যাব।
ল'ৰা:- OK. কিন্তু ফোনত কথা পতাও নহব
??
ছ :- নহব.
ল:- ok.
২ বছৰৰ পাছত পৰীক্ষা দিলে আৰু
পাছ
কৰিলে।সেই আনন্দতেই ছোৱালী ঘৰত
আলহী দুলহিয়ে ডাঙৰ পাৰ্টি ।কিন্তু সেই ল'ৰাটোক এবাৰো একো নকলে।
কাৰণ এতিয়া সেই ল'ৰাটোক স্বামী হিচাপে
সমাজৰ আগত পৰিচয় কৰাবলৈ নোৱাৰিব
।তাৰ ১৫ দিন পাছত ছোৱালী ডাঃ
চেম্বাৰত বহি আছিল ।তেন্তে ল'ৰাটোৱে ক'ৰবাত খবৰটো পাই
তাইক ফোন কৰিলে,তাই
ফোন কাটি দিয়ে আৰু বন্ধ কৰি দিলে ।
সি তাইৰ ঘৰলৈ গ'ল । আৰু তাই
ক'লে,,,,,,মোক ক্ষমা কৰি দিয়া

মনত কষ্ট নিদিয়া যেন,, মই তোমাৰ লগত বিয়া
বহিব নোৱাৰিম !!!
ল:- কিয় ???
ছ :- কাৰণ তুমি মোৰ যোগ্য নহয় আৰু
লিখা পঢ়াও নাই তুমাৰ ।
ল:- মোৰ যে ফেমেলিৰ পৰা
সকলো ঠিক কৰা হৈছিল ???
ছ:- সেইবোৰ আগতেই আছিল,,মই এতিয়া
মানিব নোৱাৰিম।
ল:- দুই চকুত অশ্ৰু বাগৰি আহিল
OK. মই তোমাৰ কাৰণে আশীৰ্বাদ কৰিম ভালত
থাকা ,,, কৈ গুচি আহিল।

কিছু দিনৰ পাছত ল'ৰাটো অসুস্থ হয় পৰিল ।
আৰু ইফালে ছোৱালী জনী এখন হস্পিতালৰ
ডাঙৰ ডাঃ হয়।ল'ৰাটোৰ অবস্থা বহুত বেয়া
সেই দেখি ভাল হস্পিতলৰলৈ গ'ল।তাত এজন ডাঃ তাক দেখি চিনি
পালে,,,,আৰু তাৰ ফেমেলিৰ সকলোকে
গালি দিলে। কাৰণ অনেক দেৰী কৰি দিছে। তেতিয়া সেই ছোৱালী জনীয়ে ডাঃক
ক'লে আপুনি মানুহবোৰক কিয় গালি দিছে ???
ডাঃটোৱে ক'লে এই মানুহটোৱে আজিৰ পৰা প্রায় ৫
বছৰ আগত তাৰ পত্নীক ডাক্তৰ পঢ়োৱাবলৈ
টকা লাগে বুলি এটা কিডনী বিক্রি
কৰি দিছিল। আমি নিষেধ কৰিছিলো কিন্তু সি নেমানিলে আৰু ক'লে মোৰ
পত্নী ডাঃ হলে মোক তাইয়ে ভাল কৰি
দিব,,,,,,,কথাবিলাক শুনি ছোৱালী জনীৰ চকুৰ পৰা
পানী পৰি গ'ল !!!

কি লাভ এতিয়া কান্দি ,,আছল কথা
স্বার্থপৰ,,, স্বার্থৰ
কাৰণে সব কৰিব পাৰি,,,

শ্বেয়াৰ কৰি আগলৈ দুজনক পঢ়িব সুবিধা দিয়ক

20/11/2018

ey 👋 👋 guy's 👬 👬 how are you my dear friends..... Video 📷 Assa laga hein too like jorur koriye ......

Raat Ke Tanhaai Me Unhe Aawaaz Diya Karte Hai,
Chand Taaro Se Bas Unka Zikr Kiya Karte Hai,
Wo Aaye Ya Na Aaye Humare Khawbo Me,
Bus Pure Raat Unka He Intizar Kiya Karte Hai!

Address

Vill+p. S_Saharia Gaon P. S_Moirabari. Dist. Morigaon(assam) Pin No. 782126
Morigaon
782126

Alerts

Be the first to know and let us send you an email when BABUL ISLAM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to BABUL ISLAM:

Share

Category