Bastab Babul Sarma

Bastab Babul Sarma Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Bastab Babul Sarma, Real Estate, Bakarigaon Ward No4Morigaon., Morigaon.

29/05/2026
24/05/2026

সকলো লৈকে মৰমৰ শৰাই আগবঢ়াইছোঁ ।

24/05/2026

সৌভাগ্যৱান ।

হাত মেলিলেই পায়
অজস্ৰ ধন সম্পদ
কত যে মান সন্মান
সোঁৱে বাৱে থাকে
চাকি জ্বলি আল্লাউদ্দিনৰ ।
মৰম স্নেহৰ বাট
সমুলি নাপায় চিনি
নিজক বৰ ভাৱৰ
অহংকাৰী কথোপকথনত
নিজ পথে অতিথি পলায়ন ।
ৰাইজ অবিহনে গপত গঙ্গাটোপ
তলসৰা হৃদয়ফুলবোৰ
কোনেও নাচায় ঘুৰি
পৰিয়াল কেন্দ্ৰিক সমালোচনা
বিদায়ী বেলিকা কন্দোৱাই ।
একো নাই কাকো দিবলৈ
নিজেও বিচৰা নাই
তথাপি অগণন অতিথি আগমন
শোকত সমভাগী কল্যান হিতকৰ
সেইজনেই সৌভাগ্য বান ব্যক্তি ।
জীৱনৰ বাটত এলান্ধুৰে আৱৰি
কৰিছে যাত্ৰা পথত বিজুতি
তথাপি নাই ভাগৰি পৰা
নিজ কৰ্ম গুনগত মানদণ্ড
আকাশ লঙ্ঘা আত্মসন্মান ।

বাস্তৱ বাবুল শৰ্মা ।
২৪/৫/২০২৬

মা'ৰ সমান হব কোন নৈ ৰ সমান ব'ব কোন । গাঁৱৰ প্ৰতিচ্ছবি সদায়েই অতুলনীয় সমাহাৰ । গাঁৱৰ পৰা যাত্ৰাৰ পথ অৱধাৰিত যুগে যুগে বিশ...
10/05/2026

মা'ৰ সমান হব কোন নৈ ৰ সমান ব'ব কোন । গাঁৱৰ প্ৰতিচ্ছবি সদায়েই অতুলনীয় সমাহাৰ । গাঁৱৰ পৰা যাত্ৰাৰ পথ অৱধাৰিত যুগে যুগে বিশ্বৰ বিজয় যাত্ৰা ।

মা'ৰ পৰশত জিপাল হৈ উঠে  ।
10/05/2026

মা'ৰ পৰশত জিপাল হৈ উঠে ।

27/04/2026

জীৱনৰ মাদকতা ।

জীৱনৰ আনন্দ
এতিয়াই কৰা
জীৱন থাকিলে হে
এৰি গলে পাবলৈ নাই৷
কোন সৰু কোন বৰ
বিচাৰি কোনো লাভ নাই
সকলো সমান
নিজৰ মাপকাঠিত ।
অনুনয় বিনয়ত
মৰ্য্যদা হেৰাই
অনুদানৰ পৰা
কৰ্ম সংস্কৃতি হেৰাই ।
অসীম পিতৃস্নেহ
সন্তানৰ ভৱিষ্যত
সন্তানৰ সফলতা
অহিতকাৰী সন্তানৰ
চৰম বিফলতা ।

বাস্তৱ বাবুল শৰ্মা ।
২৭/৪/২০২৬

27/04/2026

# My photo viral
# #ফেচবুক Page viral

সুন্দৰ সময়ৰ সুন্দৰ ফটো শ্বট ।বতৰ আৰু ৰ'দৰ সংমিশ্ৰণ ত দেওশাল মন্দিৰত ।
26/04/2026

সুন্দৰ সময়ৰ সুন্দৰ ফটো শ্বট ।বতৰ আৰু ৰ'দৰ সংমিশ্ৰণ ত দেওশাল মন্দিৰত ।

Address

Bakarigaon Ward No4Morigaon.
Morigaon

Website

Alerts

Be the first to know and let us send you an email when Bastab Babul Sarma posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category