𝗝𝗮𝘀𝘂𝗺 𝗔𝘀𝘀𝗮𝗺

𝗝𝗮𝘀𝘂𝗺 𝗔𝘀𝘀𝗮𝗺
আপোনালৈ স্বাগতম
Digital creator ✅

28/07/2026

A video claiming that a Delhi Police DCP resigned after allegedly refusing to falsely label student protesters as terrorists has gone viral on social media. However, fact-checkers and Delhi Police have stated that the clip is AI-generated and digitally manipulated, and there is no verified evidence that any such resignation took place. Citizens have been advised to rely on official information rather than viral posts.

अनशन का 18वां दिन. एक और दिन बीत गया. सरकार की तरफ से कोई मिलने नहीं आया. कोई संदेशा भी नहीं आया. सुबह डॉक्टर आए थे सोनम...
16/07/2026

अनशन का 18वां दिन. एक और दिन बीत गया. सरकार की तरफ से कोई मिलने नहीं आया. कोई संदेशा भी नहीं आया. सुबह डॉक्टर आए थे सोनम के हेल्थ चेकअप्स के लिए. बताया वजन 9 किलो घट गया है. वॉशरूम जाते वक्त चक्कर आया था. गिरते-गिरते बचे हैं. लेकिन Sonam Wangchuk बस एक बात दोहरा रहे हैं. अनशन नहीं तोड़ेंगे.
18th day of the hunger strike. Another day passed. No one from the government came to meet him. No messages came. In the morning, doctors came for Sonam's health checkups. Reported weight loss of 9 kg. I was dizzy while going to the washroom. They are left falling. But Sonam Wangchuk is just repeating one thing. We will not break the hunger strike.

Cockroach Janata party (CJP)
21/05/2026

Cockroach Janata party (CJP)

মহিলা সংৰক্ষণ (৩৩%) ইয়াৰ আগতেই সংসদত বিৰোধী আৰু শাসক দলৰ সকলোৰে সৰ্বসন্মতিক্ৰমে গৃহীত হৈ আছে। ইয়াকে চৰকাৰে কাৰ্য্যকৰী ...
19/04/2026

মহিলা সংৰক্ষণ (৩৩%) ইয়াৰ আগতেই সংসদত বিৰোধী আৰু শাসক দলৰ সকলোৰে সৰ্বসন্মতিক্ৰমে গৃহীত হৈ আছে। ইয়াকে চৰকাৰে কাৰ্য্যকৰী নকৰি পুনৰ মহিলা সংৰক্ষণ বিধেয়কৰ কথা কৈ আচলতে ইয়াৰ গইনা লৈ দেশত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি হিন্দী বলয়ৰ ৰাজ্যত সমষ্টি বৃদ্ধি (শক্তি বৃদ্ধি) কৰি ২০২৯ চনত আকৌ শাসনৰ সোৱাদ লোৱাৰ পৰিকল্পনা কৰিছিল। য'ত আজি গণতান্ত্ৰিক ভাবে মোদী চৰকাৰ তথা বিজেপি পৰাজিত হ'ল। আৰু জয় হ'ল সংবিধানৰ। বিৰোধীৰ এই ভূমিকা আৰু মূলতে ৰাহুল গান্ধী ডাঙৰীয়াৰ আজিৰ এই উল্লেখনীয় ৰণকৌশল ইতিহাসৰ বুকুত সোণালী আখৰেৰে লিখা থাকিব। প্ৰশ্ন হয়, যদি সঁচাকৈ বিজেপিয়ে মহিলা সংৰক্ষণ পক্ষত থিয় দিছে, তেন্তে ২০২৩ চনতে সকলো দলৰ সৰ্বসন্মতি ক্ৰমে গৃহীত হোৱা ৩৩% মহিলা সংৰক্ষণৰ বিল খন হৈ যোৱা নিৰ্বাচন বোৰত বিজেপিয়ে কাৰ্য্যকৰী নকৰিলে কিয়? বিজেপিৰ বিধায়ক, সাংসদ সকলে বৰ্তমান তেওঁলোকে নিজৰ হাতত থকা চিত সমূহত মহিলা প্ৰাৰ্থীক এৰি দিবৰ বাবে সন্মত নহয়। এই আসনবোৰ যেন তেওঁলোকৰ পৈতৃক সম্পত্তি । ই মহিলা সকলৰ বাবে চূড়ান্ত অপমান। ইয়াৰ জৰিয়তে আজি বিজেপিৰ মুখা খোল খালে।

03/04/2026
03/03/2026

অসমৰ গৌৰব

Address

Nagaon
782140

Website

Alerts

Be the first to know and let us send you an email when 𝗝𝗮𝘀𝘂𝗺 𝗔𝘀𝘀𝗮𝗺 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to 𝗝𝗮𝘀𝘂𝗺 𝗔𝘀𝘀𝗮𝗺 :

Shortcuts

Share