বায়ন চুবুৰী

বায়ন চুবুৰী � Real Estate Consultant
� Child Development Enthusiast
� Building Properties & Bright Futures
� spiritual discussions

10/03/2026

ॐ नमः भगवते वासुदेवाय नमः 🙏
ভগৱান বিষ্ণুৰ আশীৰ্বাদত আমিবোৰ, 🙏
যুগে যুগে চলি থাকক প্ৰভুৰ নাম-কীৰ্ত্তন,🙏

06/03/2026

মহাবিষ্ণু স্মৰণ উৎসৱৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ এখন খেল।
মহিলাৰ ৰছী টনা(বিবাহিত vs অবিবাহিত)🥰🥰 ゚

04/03/2026

পেজটো follow কৰি দিয়ক
চুবুৰীৰ প্ৰতিটো খবৰ যাতে চুবুৰীৰ মানুহৰ লগতে বাহিৰত থকা সকলোৱে পায়।🙏🙏🙏

04/03/2026

゚

03/03/2026

#বায়ন চুবুৰী
#ভাগৱত

03/03/2026

#বায়ন চুবুৰী
#ভাগৱত

বায়ন চুবুৰীৰ পশ্চিম নামঘৰ প্ৰাজ্ঞনত অহা ফাগুণ মাহৰ  ১৮ আৰু ১৯ অৰ্থাৎ মাৰ্চ মাহৰ 3 আৰু 4 ইং তাৰিখে হব লগা অনুষ্ঠান টোৰ বা...
01/03/2026

বায়ন চুবুৰীৰ পশ্চিম নামঘৰ প্ৰাজ্ঞনত অহা ফাগুণ মাহৰ ১৮ আৰু ১৯ অৰ্থাৎ মাৰ্চ মাহৰ 3 আৰু 4 ইং তাৰিখে হব লগা অনুষ্ঠান টোৰ বাবে মন্দিৰ ও মন্দিৰ প্ৰাজ্ঞন সজাই থকাৰ কিছু ছবি

22/02/2026

আমাৰ বায়ন চুবুৰীৰ পশ্চিম নামঘৰ প্ৰাজ্ঞনত অহা ফাগুণ মাহৰ ১৮ আৰু ১৯ অৰ্থাৎ মাৰ্চ মাহৰ 3 আৰু 4 ইং তাৰিখে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হব | উক্ত অনুষ্ঠান টো ভালদৰে চলাই নিয়াৰ বাবে আমাৰ গাৱঁৰ লগতে সমূহ ৰাইজৰ দিহা পৰামৰ্শৰ লগতে সহায় সহযোগ বিচৰা হৈছে |

Address

Vill Dehar Kalakuchi Po Dehar Kalakuchi Ps Mukalmua Dist Nalbari Pin
Nalbari
781310

Website

Alerts

Be the first to know and let us send you an email when বায়ন চুবুৰী posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share