NLP Local news

NLP Local news জন সেৱাৰ্থে�

09/07/2023

লক্ষীমপুৰ জিলাৰ পশ্চিম তেলাহী অন্তৰ্গত ২ নং এজাৰগুৰি হৰিমন্দিৰ ৰ কাষৰ পথৰ দৃশ্যাংশ।
অতিকে দুৰ্গম আৰু জৰাজীৰ্ণ পথৰ অৱস্থা। কেৱল এই পথটোৱেই নহয়, পশ্চিম তেলাহী অন্তৰ্গত প্ৰতিটো অঞ্চলৰে অৱস্থা একে। এই পথকে অতিক্ৰম কৰি শ শ মানুহে কষ্টৰ সন্মুখীন হ'বলগীয়া হয়। স্থানীয় বিধায়ক ৰ লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটাই অনুৰোধ আমাৰ পশ্চিম তেলাহী অন্তৰ্গত পথসমুহৰ মেৰামতি কৰি দিয়ে যেন। আপোনালোকৰ সহায়ে আমাক উপকৃত কৰিব। 🙏

Himanta Biswa Sarma
Manab Deka
Ratul Borah
Nabanita Saikia Borah

Address

North Lakhimpur
787001

Website

Alerts

Be the first to know and let us send you an email when NLP Local news posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share