তেৰ বৰণীয়া

তেৰ বৰণীয়া please follow & share video

15/09/2026

সোৱনশিৰি নদীৰ পাৰত লগৰ বন্ধুৰ সৈতে অলপ খোৱা বোৱাৰ আয়োজন।🍲

,,
,,
,,

15/09/2026

🌙 সোৱনশিৰি নৈ পাৰত গাঁৱৰ ডেকা যুবকৰ সৈতে একেলগে এসাঁজ ভাত ❤️
Background music Lekhan kumbang, সচাকৈয়ে গাৱলীয়া জীৱনৰ এক সুন্দৰ অনুভৱ, 🎶🌿
,,
,,
,,

কৰ্মস্থলীৰ পৰাই কৈছোঁ।🌿এটা অনুৰোধ - মোক দুখীয়া বুলি উপলুঙা নকৰিবা।আপোনালোকৰ পৰা ধন টকা পইচা একো বিচৰা নাই, জীৱনত আগবাঢ়...
14/09/2026

কৰ্মস্থলীৰ পৰাই কৈছোঁ।🌿
এটা অনুৰোধ - মোক দুখীয়া বুলি উপলুঙা নকৰিবা।
আপোনালোকৰ পৰা ধন টকা পইচা একো বিচৰা নাই, জীৱনত আগবাঢ়ি যাবলৈ লাগে মাথোঁ আপোনালোকৰ পৰা উৎসাহ আৰু অকনমান আশীৰ্বাদ।❤️🙏
,,
,,
,,

দাদাৰ জটিল ৰোগত আক্ৰান্ত হৈ লখিমপুৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে,❤️এই কঠিন সময়ত ক্ষন্তেক সময়ৰ বাবে দাদাৰ কাষত উপস্থ...
14/09/2026

দাদাৰ জটিল ৰোগত আক্ৰান্ত হৈ লখিমপুৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে,❤️
এই কঠিন সময়ত ক্ষন্তেক সময়ৰ বাবে দাদাৰ কাষত উপস্থিত হৈ দাদাৰ মনটো অলপ পাতল কৰিলোঁ।
আপোনজনৰ কাষত থিয় দিয়াটোৱেই এই সময়ত আটাইতকৈ ডাঙৰ সাহক।🙏
ভগৱানে দাদাক সোনকালে সম্পূৰ্ণ সুস্থ কৰি আমাৰ মাজলৈ হাঁহি মুখে ঘুৰাই আনক - এইয়াই হৃদয়ৰ পৰা প্ৰাৰ্থনা ❤️🙏
অনুগ্ৰহ কৰি পোষ্ট টো শ্বেয়াৰ কৰি আপোনালোকৰ আশীৰ্বাদ জনাবলৈ অনুৰোধ জনালোঁ।🙏🌿
,,
,,
,,

দুপৰীয়া ৰ'দত কৰ্মস্থলীৰ পৰা দুখে - ভাগৰে আহি,ভোগ পিয়াহৰ মাজতে পৰম্পৰাগত সাজৰ বাতিৰ সৈতে গাহৰি মাংসৰ জুতি ❤️🌿🥘,,,,,,   ...
13/09/2026

দুপৰীয়া ৰ'দত কৰ্মস্থলীৰ পৰা দুখে - ভাগৰে আহি,ভোগ পিয়াহৰ মাজতে পৰম্পৰাগত সাজৰ বাতিৰ সৈতে গাহৰি মাংসৰ জুতি ❤️🌿🥘
,,
,,
,,

পূৰ্বপুৰুষ ককা - আইতাৰ দিনৰে পৰা চলি অহা আমাৰ এই পৰম্পৰা - আজিও মৰম আৰু বিশ্বাসেৰে মানি চলিছো ❤️🌿পৰম্পৰা আমাৰ পৰিচয়, সং...
12/09/2026

পূৰ্বপুৰুষ ককা - আইতাৰ দিনৰে পৰা চলি অহা আমাৰ এই পৰম্পৰা - আজিও মৰম আৰু বিশ্বাসেৰে মানি চলিছো ❤️🌿
পৰম্পৰা আমাৰ পৰিচয়, সংস্কৃতি আমাৰ গৌৰৱ 🙏✨

,,
,,

☀️ উৎকত গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ গছৰ ছাঁত বহি 🌳😌গাঁৱৰ জীৱন,গছৰ ছাঁ আৰু মনৰ শান্তি - এইয়াই সুখ ❤️পিছে আপোনলোকৰ গাঁৱতো এনে...
11/09/2026

☀️ উৎকত গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ গছৰ ছাঁত বহি 🌳😌
গাঁৱৰ জীৱন,গছৰ ছাঁ আৰু মনৰ শান্তি - এইয়াই সুখ ❤️
পিছে আপোনলোকৰ গাঁৱতো এনেকৈয়ে গছৰ ছাঁত বহি জিৰণি লৈ নে ??
,,
,,
,,

পৰক বা:মোত , গুৰু সকাম 🙏 পৰম্পৰা,মৰম আৰু আপোনত্বৰে ভৰা এখন সুন্দৰ ক্ষণ❤️চাংঘৰ মজিয়াত একেলগে এসাঁজ - আমাৰ গাৱলীয়া জীৱনৰ...
11/09/2026

পৰক বা:মোত , গুৰু সকাম 🙏
পৰম্পৰা,মৰম আৰু আপোনত্বৰে ভৰা এখন সুন্দৰ ক্ষণ❤️
চাংঘৰ মজিয়াত একেলগে এসাঁজ - আমাৰ গাৱলীয়া জীৱনৰ সঁচা সৌন্দৰ্য্য।🥰🌿
Celebrating our roots, Tradition and the beauty of our culture ❤️🌿
,,
,,
,,

10/09/2026

আমাৰ মিছিং সমাজৰ পূৰ্বপুৰুষ দিনৰে পৰা চলি অহা পৰম্পৰা - গুৰু সকাম 🙏🌿
ফৰক বা:মোত উয়ো।
পৰম্পৰা জীয়াই থাকক, আৰু আমাৰ সংস্কৃতি সদায় জিলিকি থাকক।❤️
,,
,,
,,

10/09/2026

Address

Pub Shagolikota
North Lakhimpur
787032

Website

Alerts

Be the first to know and let us send you an email when তেৰ বৰণীয়া posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category