11/02/2026
ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ মহিলা মৰ্চাৰ তৰফৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ চলিব লগীয়া" নাৰী বন্দন অভিযান" কাৰ্যসূচীটো বজালী জিলাৰ মহিলা মৰ্চাৰ উদ্যোগত আজি ১১|০২|২০২৬ তাৰিখ বুধবাৰে পাঠশালা মণ্ডলৰ অন্তৰ্গত ১৫৫নং বুথত সুচাৰুৰূপে অনুষ্ঠিত কৰা হয়।