05/09/2026
জীৱন সদায় সহজ নহয়, তথাপিও আশা এৰি নিদিব। কিয়নো প্ৰতিটো অন্ধকাৰ ৰাতিৰ পিছতেই এখন নতুন পুৱাৰ সূৰ্য্য উঠেই। আপোনাৰ হৃদয়ত সুখ, মনত শান্তি আৰু সপোনত মিঠা স্মৃতিবোৰে ঠাই পাওক। শুভ ৰাত্ৰি সকলোকে
নমস্কাৰ
মোৰ সৰু পৰিয়াললৈ 🙏 আপোনালোকক আদৰণি জনালোঁ মৰম আৰু আশীৰ্বাদ দিব বুলি আশা কৰিছো 🌹🌹🌹🙏
Sadiyq
Tinsukia
Be the first to know and let us send you an email when Rina Konwar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.