বীৰ লাচিত সেনা অসম , চিলাপথাৰ আঞ্চলিক সমিতি ।

  • Home
  • Singapore
  • Singapore
  • বীৰ লাচিত সেনা অসম , চিলাপথাৰ আঞ্চলিক সমিতি ।

বীৰ লাচিত সেনা অসম , চিলাপথাৰ আঞ্চলিক সমিতি । অসম আৰু অসমীয়াৰ বাবে মৰিবও পাৰো মাৰিবও পাৰো ।

19/07/2026
08/07/2026

স্বাস্থ্যই পৰম ধন ।

আমি কোনো দলৰে সমথক নহয় , যিমান দিন সামাজিক কাম আমি চিলাপথাৰৰ বীৰ লাচিত সেনাই  কৰি আহিছোঁ তেতিয়া পৰাই দেখি আহিছোঁ, যি ক...
18/07/2025

আমি কোনো দলৰে সমথক নহয় , যিমান দিন সামাজিক কাম আমি চিলাপথাৰৰ বীৰ লাচিত সেনাই কৰি আহিছোঁ তেতিয়া পৰাই দেখি আহিছোঁ, যি কোনো ক্ষেত্ৰত জাতি ভেদে সহায় কৰি অহা এজনেই ব্যক্তি আছে আমাৰ চিচিবৰগাঁওত তেওঁ দুলাল বৰুৱা , আপোনাৰ নিস্বাৰ্থ কৰ্মৰে গোতেই আমাৰ চিচিবৰগাওঁ বিধান সভা সমষ্টিৰ লগতে আমাৰ উন্নতি হব বুলি আমি আশাবাদী । আমি সদায় লগত আছো ককাই । #দুলালবৰুৱা #চিচিবৰগাওঁবিধানসভাসমষ্টিৰ ✊✊✊✊

আপোনাৰ মতামত জনাওক ___

28/11/2024

অখিল গগৈৰ অহংকাৰ দিনক দিনে বাঢ়িব ধৰিছে । ক্ষমতাই মুৰত ধৰিছে তেখেতৰ । সময় সমাগত । অহংকাই পতনৰ মূল । এবাৰ তেওঁ নিজেই ভাবি চোৱা ভাল । এখন আশন আছিল ,এইবাৰ দলে পতন হব ।

16/03/2024

CAA বিৰুদ্ধে প্ৰতিবাদ চলি আছে আৰু আগন্তুক দিনলৈ প্ৰতিবাদ চলি থাকিব।
জয় আই অসম ✊

Address

487 Yio Chu Kang Road
Singapore
787059

Website

Alerts

Be the first to know and let us send you an email when বীৰ লাচিত সেনা অসম , চিলাপথাৰ আঞ্চলিক সমিতি । posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category